কাইলৈ নহয়, ২০২৪ৰ ২ অক্টোবৰতহে বন্ধ হ’ব আধা লিটাৰৰ পানীৰ বটল।
২৫০ মিঃলিঃৰ বটলহে কাইলৈৰ পৰা বন্ধ হ’ব।
এই কথা জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

প্লাষ্টিক বৰ্জন আৰু কৃত্ৰিম বান ৰোধৰ বাবে এই পদক্ষেপ চৰকাৰৰ।