Breaking

ড° নগেন শইকীয়ালৈ ওপজা দিনৰ শুভেচ্ছা আছুৰ

0 37

বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, বুদ্ধিজীৱী ড° নগেন শইকীয়াৰ আজি জন্মদিন।

আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই সামাজিক মাধ্যমত ড° নগেন শইকীয়ালৈ শুভেচ্ছা জনোবাৰ লগতে সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে।

শংকৰজ্যোতি বৰুৱাই সামাজিক মাধ্যমত লিখে – সদৌ অসম ছাত্ৰ সন্থাৰ অভিভাৱক, বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, বুদ্ধিজীৱী, অসমৰ জাতীয় জীৱনৰ পুৰোধা ব্যক্তি ড° নগেন শইকীয়া ছাৰৰ আজি ওপজা দিন ৷ ওপজা দিনৰ পৱিত্ৰ ক্ষণত আমি ছাৰলৈ জনাইছো অযুত শুভকামনা লগতে ছাৰৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ৷

Leave A Reply