Breaking

তামুলপুৰত ‘হৰ ঘৰ ত্ৰিৰংগা ‘ সজাগতা কাৰ্য্যসূচী পালন …

0 103

দেশ স্বাধীনতাৰ ৭৫ বছৰৰ উপলক্ষে আজাদী কা অমৃত মহোৎসৱৰ ‘হৰ ঘৰ ত্ৰিৰংগা ‘ সজাগতা কাৰ্য্যসুচীয়ে এতিয়া জন আন্দোলনলৈ ৰূপান্তৰ হৈছে৷

আজি পুৱা তামুলপুৰ জিলাৰ সদৰস্থিত ঐতিহ্য মণ্ডিত তামুলপুৰ চৰকাৰী মজলীয়া বিদ্যালয় শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰী সকলে এক সজাগতা সমদল উলিয়ায় ৷

বিদ্যালয় চৌহদত ‘তিনি বৰণীয়া জাতীয় পতাকা’ পৰিবেশন কৰি বিদ্যালয় খনক ছাত্ৰ ছাত্ৰী সকলে পৰম্পৰাগত জনগোষ্ঠীয় সাজ পোছাক পৰিধান কৰি জিলা সদৰেৰে হৰ ঘৰ ঝান্দা,হৰ ঘৰ ত্ৰিৰংগা, বন্দে মাতৰম,ভাৰত মাতা কি জয় শ্ল’ গানেৰে তামুলপুৰৰ ৰাজপথ মুখৰিত কৰি তোলে

Leave A Reply