আজি আপোনালোকক কিছুমান সাধাৰণ জ্ঞানৰ কথা, যি আপোনাৰ কামত সহায় হ’ব। সাধাৰণ জ্ঞানে এনেদৰে সহায় কৰিব পাৰে যে সাধাৰণ জ্ঞানৰ প্ৰশ্ন আপোনাক যিকোনো ৰূপতে সুধিব পাৰি।(Health) গতিকে আপোনাৰ সাধাৰণ জ্ঞান যিমানেই থাকিব সিমানেই চাকৰি পোৱাৰ সম্ভাৱনা বেছি হ’ব। গতিকে আমি আপোনালোকক জনাম সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ বিষয়ে।
আপুনি জানেনে কোনটো ভিটামিনৰ অভাৱত স্নায়ুতন্ত্ৰৰ অৱনতি ঘটে?
আচলতে ভিটামিন বি১২ৰ অভাৱৰ বাবে স্নায়ুতন্ত্ৰ প্ৰভাৱিত হয়।
গৰম গাখীৰ ফ্ৰীজত ৰাখিলে কি হয় জানেনে?
গৰম খাদ্য ফ্ৰীজত ৰাখিলে ইয়াৰ নষ্ট হ’ব পাৰে।
কোনটো ভিটামিনে আমাৰ চুলি ক’লা কৰি ৰাখে?
এক প্ৰতিবেদন অনুসৰি ভিটামিন বি-৬ য়ে যিকোনো ৰোগ বা অভাৱৰ পিছত চুলিৰ প্ৰকৃত ৰং পুনৰ ঘূৰাই অনাত সহায় কৰিব পাৰে।
আপুনি জানেনে ই শৰীৰৰ কোনটো অংগই কেতিয়াও জিৰণি নল’য়?
মানুহৰ হাৰ্টে কেতিয়াও জিৰণি নলয়, হাৰ্টে অবিৰতভাৱে কাম কৰি থাকে।

