স্বাস্থ্য বাৰ্তা

Side Effects Of Newspaper: সাৱধান! বাতৰি কাকতত পকৰি খাই নেকি? ডাক্তৰে দিলে সতৰ্কবাণী

বাতৰি কাকতত ৰখা গৰম পকৰি খোৱাৰ আনন্দই সুকীয়া। কিন্তু এটা কথা জানেনে বাতৰি কাকতত পকৰি খাই আপুনি আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰিছে।(Side Effects Of Newspaper)

cinnamon water benefits: প্ৰতিদিনে পুৱা খাব এই মছলাযুক্ত পানী, ডায়েবেটিছ আৰু মেদবহুলতাকে ধৰি ৫ টা ৰোগৰ পৰা হ’ব মুক্ত

প্ৰতিদিনে পুৱা ডালচেনী পানী খাব, ডায়েবেটিছ আৰু মেদবহুলতাকে ধৰি বহু ৰোগৰ পৰা মুক্ত হ'ব।(cinnamon water)

Daytime Sleepiness: দিনত সঘনাই টোপনি আহে নেকি? ইয়াৰ কাৰণ জানি লওক…

দিনত সঘনাই টোপনি অহাটো স্বাস্থ্যৰ বাবে ভাল বুলি গণ্য কৰা নহয়, দিনত টোপনি অহাৰ কাৰণ জানিবলৈ সঠিক স্বাস্থ্য পৰীক্ষা কৰাব লাগিব। ইয়াৰ পিছত সঠিক ব্যৱস্থা গ্ৰহণ কৰকিব লাগিব।(Daytime Sleepiness)

Lukewarm Water: কুহুমীয়া পানী খাই নেকি? কুহুমীয়া পানীৰ আছে বহু অপকাৰিতা

(Lukewarm Water)কুহুমীয়া পানী আমাৰ স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয়। কুহুমীয়া পানী খাব লাগে, কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে যদি আপুনি এমাহৰ বাবে দৈনিক কেৱল কুহুমীয়া পানীহে খায় তেন্তে ই আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰ হ’বনে ক্ষতি হ’ব!

Maida Side Effects: সাৱধান! প্ৰতিদিনে ময়দাৰে তৈয়াৰী পুৰী খাই নেকি?

ময়দাৰে তৈয়াৰী পুৰী দেখিলে নিজৰ লোভ সামৰিব লাগিব? কিয়নো ময়দাৰে তৈয়াৰী খাদ্য খালে স্বাস্থ্যৰ গুৰুতৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে।(Maida Side Effects)

Popular