স্বাস্থ্য বাৰ্তা

Pulses: ওজনো কমিব, হজম শক্তিও ঠিকেই থাকিব; দৈনিক দাইল খাব

মচুৰ দাইল খোৱাৰ উপকাৰিতা বহু আছে। আমি বহু ধৰণে মচুৰ দাইল খাই ভাল পাওঁ, কিন্তু দাইল খালে আমি কিয় ইমান সুফল পাওঁ আৰু কিয় ইমান গুৰুত্বপূৰ্ণ সেইটো আপুনি জানেনে। (Pulses)

Dark Circles: চকুৰ চাৰিওফালে থকা ক’লা দাগ আঁতৰাবলৈ কি ব্যৱহাৰ কৰিব?

যদিও মুখখন ধুনীয়া হয়, তথাপিও চকুৰ চাৰিওফালে থকা ক’লা দাগবোৰে সৌন্দৰ্য্যত প্ৰভাৱ পেলায়। ঘৰুৱা উপায়েৰে দাগ কেনেকৈ আঁতৰাব পাৰি?(Dark Circles)

King Charles: কিং চাৰ্লছৰ কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ! এই প্ৰিয় খাদ্যসমূহ ত্যাগ কৰি কৰ্কট ৰোগক পৰাস্ত কৰিলে

কিছুদিনৰ পৰা কিং চাৰ্লছ কেন্সাৰৰ সন্মুখীন হৈ আহিছিল যদিও তেওঁ হাৰ নামানিল আৰু খাদ্যাভ্যাসত প্ৰয়োজনীয় পৰিৱৰ্তন সাধন কৰিলে যাতে তেওঁৰ সামগ্ৰিক স্বাস্থ্যৰ উন্নতি হয়।(King Charles)

Diarrhoea: ৪ প্ৰকাৰৰ খাদ্যই ডায়েৰিয়া ৰোগক অধিক ভয়ানক কৰি তোলে!

ডায়েৰিয়াই আমাৰ শৰীৰ বহুত দুৰ্বল কৰি তোলে। সেয়েহে ডায়েৰিয়া ৰোগক কেতিয়াও সহজভাৱে ল’ব নালাগে, নহ’লে এই বেমাৰ মাৰাত্মক বুলি প্ৰমাণিত হ’ব পাৰে।(Diarrhoea)

Kids Breakfast: শিশুক ব্ৰেকফাষ্টত খুৱাব এই ৫টা স্বাস্থ্যকৰ বস্তু, লাভ কৰিব শক্তি

স্কুললৈ যোৱা ল’ৰা-ছোৱালীৰ বাবে স্বাস্থ্যসন্মত ব্ৰেকফাষ্ট অতি প্ৰযোজনীয়। ব্ৰেকফাষ্ট আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ খাদ্য।(Kids Breakfast)

Popular