স্বাস্থ্য বাৰ্তা

What Food Cause Cancer: এই ৫ টা খাদ্য বেছি সময় ৰান্ধিলে হ’ব পাৰে কেন্সাৰ কাৰণ

বৰ্তমান দিনক দিনে বৃদ্ধি পাইছে কৰ্কট ৰোগী সংখ্য়া। কৰ্কট ৰোগৰ একক কাৰণ নাই। বহু সময়ত ৰন্ধা-বঢ়াৰ সময়ত হোৱা ভুলেও শৰীৰক এই মাৰাত্মক ৰোগৰ বলি কৰি তুলিব পাৰে।(What Food Cause Cancer)

Tamarind Side Effects: সাৱধান, তেতেলী খোৱাৰ ফলত আপুনি হ’ব পাৰে অসুস্থ!

কোৱা হয় তেতেলী কোনো ফল নহয়, ই এক আৱেগ। সেইবাবেই বহুতে তেতেলী বহুত বেছি খায়। কিন্তু কিছু কিছু ক্ষেত্ৰত তেতেলী স্বাস্থ্যৰ বাবে অধিক উপকাৰী যদিও অপকাৰীও হয়।(Tamarind Side Effects)

sore throat: পূজাৰ বতৰত বাচি খাব! নহ’লে হ’ব ডিঙিৰ বিষ, ডিঙিৰ বিষ নিৰাময়ৰ বাবে ৫টা ঘৰুৱা উপায়

ডিঙিৰ বিষৰ ঘৰুৱা উপায় আছে বহুত। পূজাৰ বতৰত বাচি খাব! নহ'লে হ'ব ডিঙিৰ বিষ পাৰে।(sore throat)

dementia: মনৰ ব্যস্ততা যিমানে বাঢ়িব সিমানেই দীঘলীয়া হ’ব জীৱনটো!

মনটো যিমানেই ব্যস্ত ৰাখিব সিমানেই জীৱনটো দীঘলীয়া হ’ব; ডিমেনচিয়াৰ কোনো আশংকা নহ'ব!(dementia)

Navratri Fasting Tips 2024: নৱৰাত্ৰিৰ ৯ দিনীয়া উপবাসত কি খাব আৰু কি নাখাব? যাতে শৰীৰৰ দুৰ্বল নহয়

(Navratri Fasting Tips 2024) নৱৰাত্ৰিৰ সময়ত ভক্তসকলে ব্ৰত ৰাখে, দেৱী দুৰ্গাক পূজা কৰে আৰু তেওঁৰ ওচৰত শক্তি, সমৃদ্ধি আৰু মংগলৰ বাবে প্ৰাৰ্থনা কৰে। কিন্তু ৯ দিন ব্ৰত ৰখাৰ বাবে বহুতে দুৰ্বল অনুভৱ কৰে।

Popular