স্বাস্থ্য বাৰ্তা

Cholesterol: ৫টা ক’লা বস্তু খালে এল ডি এল কলেষ্টেৰল হ্ৰাস পায় !

খাদ্যৰ সহায়ত এল ডি(Cholesterol) এল কলেষ্টেৰল সহজে নিয়ন্ত্ৰণ কৰিব পাৰি। এল ডি এল কলেষ্টেৰল সহজে নিয়ন্ত্ৰণ কৰিবলৈ আপুনি খাব লাগিব ৫টা ক’লা বস্তু, আপুনি কলেষ্টেৰলৰ লক্ষণ দেখাৰ লগে লগে আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব এই পাঁচটা খাদ্য।

Happy Mother’s Day: প্ৰসৱৰ পিছত সন্তানৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ, কিন্তু মাতৃৰ স্বাস্থ্য !

মাতৃ হোৱাৰ পিছত আৱেগিক উত্থান-পতন হোৱাটো স্বাভাৱিক, কিন্তু কিছুমান সহজ পদক্ষেপৰ জৰিয়তে এগৰাকী নতুন মাতৃয়ে নিজৰ আৱেগিক স্বাস্থ্যৰ যত্ন ল’ব পাৰে।(Happy Mother's Day)

মাৰ্ঘেৰিটাত বীৰ ভাৰতীয় সৈনিকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন । AIKS & AIYF

মাৰ্ঘেৰিটাত বীৰ ভাৰতীয় সৈনিকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন । AIKS & AIYF

High Protein: কণী খোৱাৰ প্ৰয়োজন নাই, মচুৰ দাইল হৈছে প্ৰটিনৰ প্ৰকৃত উৎস !

প্ৰটিনৰ কথা আহিলে বেছিভাগ মানুহৰে মনলৈ প্ৰথমে আহে কণী, মাছ আৰু মাংসৰ কথা। কিন্তু নিৰামিষভোজীৰ বাবেও এটা দাইল আছে যিয়ে প্ৰটিনৰ ক্ষেত্ৰত কণী আৰু মাংসক পৰাস্ত কৰিব পাৰে।(High Protein)

Salt Craving: কেঁচা নিমখৰ অবিহনে ভাত খাব নোৱাৰে নেকি, নিমখৰ লোভ কিয় হয় ?

ভাতৰ ওপৰত কেঁচা নিমখ লাগে নেকি? ‘নিমখৰ লোভ’ কিয় হয়, নিমখীয়া খাদ্য খোৱাৰ ইচ্ছাৰ কাৰণ কি ?(Salt Craving)

Popular