স্বাস্থ্য বাৰ্তা

Neem Leaves: ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে খালী পেটত নিমৰ পাত খাব, ৩০ দিনৰ ভিতৰত শৰীৰত বহু পৰিৱৰ্তন হ’ব !

নিম পাতত এন্টি-অক্সিডেন্ট, এন্টি-বেক্টেৰিয়েল, এন্টি-ইনফ্লেমেটৰী, এন্টি-ফাংগেল আদি গুণ পোৱা যায়। আজি আমি আপোনালোকক নিম পাত চোবাই খোৱাৰ উপকাৰিতাৰ বিষয়ে।(Neem Leaves)

Body Detox Signs: ৫ টা লক্ষণ দেখিলে জানিব আপোনাৰ শৰীৰ লেতেৰা হৈছে ! বডি ডিটক্স কিয় প্ৰয়োজন ?

যদিও মানুহে প্ৰায়ে বাহিৰৰ পৰা শৰীৰ পৰিষ্কাৰ কৰে কিন্তু ইয়াৰ আভ্যন্তৰীণ চাফাইক আওকাণ কৰে। এনে পৰিস্থিতিত শৰীৰে বহুতো সংকেতৰ জৰিয়তে কয় যে শৰীৰক ডিটক্স (Body Detox Signs)ৰ প্ৰয়োজন।

World Kidney Day: আজি বিশ্ব বৃক্ক দিৱস, ক্ষীণ হোৱাৰ ইচ্ছাই আপোনাৰ বৃক্ক বিকল কৰিব পাৰে !

আপুনি জানেনে ক্ষীণ হোৱাৰ ইচ্ছাই আপোনাৰ বৃক্কত ক্ষতি কৰিব পাৰে? বিশ্ব বৃক্ক দিৱস উপলক্ষে ওজন কমাবলৈ ভুল পদ্ধতিয়ে আপোনাৰ বৃক্কৰ কেনেদৰে গুৰুতৰ ক্ষতি কৰিব পাৰে সেই বিষয়ে জনাটো জৰুৰী।(World Kidney Day)

Sunita Williams: অপেক্ষা দীঘলীয়া, ১০ মাহৰ পিছতো মহাকাশত সুনীতা; পৃথিৱীলৈ উভতি অহাটো সহজ নহয় !

অপেক্ষা আৰু দীঘলীয়া হৈ পৰিল। সুনীতা উইলিয়ামছ আৰু তেওঁৰ সহয়োগী বৰ্তমান পৃথিৱীলৈ ঘূৰি আহিব নোৱাৰে। মহাকাশযানখনৰ যান্ত্ৰিক সমস্যাৰ বাবে তেওঁলোকক পৃথিৱীলৈ উভতাই অনা কাৰ্য পুনৰ পিছুৱাই দিয়া হৈছে।(Sunita Williams)

No Smoking Day: কেৱল হাওঁফাওঁ নহয়, মগজুও নষ্ট হয়! চিগাৰেট খোৱা ৫ টা বিপজ্জনক পাৰ্শ্বক্ৰিয়া জানি লওক

WHOৰ তথ্য অনুসৰি প্ৰতি বছৰে সমগ্ৰ বিশ্বতে ধঁপাতৰ বাবে ৮০ লাখতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছে। (No Smoking Day)

Popular