স্বাস্থ্য বাৰ্তা

Rice: ভাত ৰন্ধা আগতে চাউল ধুব লাগে নে নালাগে? ভাত ৰান্ধি থাকোঁতে এই ভুল কৰিলে বেমাৰত পৰিব!

চাউল ধোৱা আৰু ৰন্ধাটো এটা স্বাভাৱিক অভ্যাস, কিন্তু যদি আপুনি নাজানে যে কিছুমান কথা, তেন্তে এই লেখাটো আপোনাৰ বাবে।(Rice)

eggplant: পোৰা, ভজা বেঙেনাৰ সহায়ত কমাব পাৰি ওজন, বহু গুণ আছে বেঙেনাৰ !

সঘনাই হোৱা ভোক নিয়ন্ত্ৰণ কৰিব বিচাৰে নেকি? বেঙেনা খাওক, ইয়াৰ ফল পাব। পেটটো ভৰাই ৰখাৰ উপৰিও শাক-পাচলিয়ে আপোনাৰ স্বাস্থ্য ভালে ৰাখিব।(eggplant)

Skin Care: সৌন্দৰ্য চৰ্চাৰ বাবে খৰচ কৰিব নালাগে টকা-পইচা!

বহু মহিলাই শ্ৰদ্ধা কাপুৰৰ দৰে গ্ল’য়িং ছালৰগৰাকী হ'ব বিচাৰে, গতিকে অভিনেত্ৰীগৰাকীয়ে নিজৰ ছালখন সুস্থ আৰু কৰি ৰাখিবলৈ কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া জনাটো গুৰুত্বপূৰ্ণ।(Skin Care)

Packed Chips: শিশুক কেতিয়াও কিনি নিদিব পেকেট চিপছ !

পেকেট চিপছ বহু লোকৰ দৈনন্দিন খাদ্যৰ অংশ হৈ পৰিছে যদিও এনে চিপছ পৰিমাণে খোৱাসকলৰ যে স্বাস্থ্যৰ ক্ষতিৰ সন্মুখীন হ'ব সেয়া নিশ্চিত।(Packed Chips)

Brain Boosting Foods: পৰীক্ষাৰ সময়ত শিশুটিক দৈনিক কি কি খাদ্য খাবলৈ দিব?

পৰীক্ষাৰ বাবে শিশুৰ মগজু বৃদ্ধি কৰা খাদ্য কি কি জানেনে? পঢ়াৰ হেঁচা, লগতে সুস্থ হৈ থাকিব লাগিব, প্ৰতিদিনে সন্তানক কি খুৱাব লাগে, ঘৰত কেনেকৈ ৰান্ধিব জানি লওক।(Brain Boosting Foods)

Popular