Breaking

ৰঙিয়াৰ তুলসীবাৰীত হৃদয় বিদাৰক ঘটনা…

0 107

ৰঙিয়াৰ তুলসীবাৰীত হৃদয় বিদাৰক ঘটনা ।

নিৰ্জন ঠাইত গছত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ দুজনী ছোৱালী ।

মৃত ছোৱালী দুগৰাকী সম্পৰ্কত ভনীয়েক ।

কি কাৰণত দুয়োগৰাকীয়ে এনেদৰে চৰম সিদ্ধান্ত ললে সেয়া জানিব পৰা হোৱা নাই ।

মৃত ছোৱালী দুগৰাকী হৈছে ইচ্ছাপুৰৰ মমতা বেগম (১৯) আৰু বিহাপাৰাৰ চাইমন নেছা (১৭) ।

একেডাল ৰছীৰে দুয়োজনীয়ে আত্মহত্যা কৰাক লৈ সন্দেহ হৈছে ৰাইজৰ

আৰক্ষী আৰু দণ্ডাধীশ ঘটনা স্থলীত উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে ।

আৰক্ষীৰ তদন্তত হে ওলাব এয়া আত্মহত্যা নে হত্যা ।

Leave A Reply