Breaking

গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰবল শিলাবৃষ্টি, বৰষুণৰ পানীত বুৰিল চানমাৰি ৰাজপথ…

0 54

গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰবল শিলাবৃষ্টি।

গুৱাহাটী মহানগৰী, উজনি অসম আৰু নামনি অসম সকলোতে ধুমুহা, বৰষুণ।

প্ৰৱল বৃষ্টিপাত আৰু প্ৰচণ্ড ধুমুহাই জোকাৰি গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত ।

আনহাতে বতৰ বিজ্ঞান কেন্দ্ৰই অসম, মেঘালয় আৰু অৰুণাচলত হালধীয়া সতৰ্কবাণী জাৰি কৰিছে।


Leave A Reply