Breaking

মুম্বাইত ধাৰাসাৰ অকাল বৰষুণ

0 60

মঙলবাৰে মুম্বাইত প্ৰচণ্ড অকাল বৰষুণৰ ফলত চহৰখনৰ উষ্ণতা হ্ৰাস পাইছে।

থানে, মীৰা-ভয়ান্দৰ, ভাছাই-বীৰাৰৰ দৰে চহৰতো পুৱা প্ৰচণ্ড বৰষুণ দিয়ে আৰু ভাৰতৰ বতৰ বিজ্ঞান বিভাগে আৰব সাগৰৰ পৰা অহা পশ্চিম বতাহ আৰু আৰ্দ্ৰতাৰ আগ্ৰাসনক হৰ্ঠাতে হোৱা এই বৰষুণৰ আঁৰৰ কাৰণ বুলি কয়।

বৃহনমুম্বাই পৌৰ নিগমৰ তথ্য অনুসৰি মুম্বাই চহৰ আৰু উপকণ্ঠ অঞ্চলৰ কিছু অংশত পুৱা ৭ বজাৰ পৰা ৮ বজাৰ ভিতৰত ২০-২৫ মিলিমিটাৰ পৰ্যন্ত বৰষুণৰ তথ্য পোৱা গৈছে।

Leave A Reply