Breaking

ডুবাইত আন্তঃৰাষ্ট্ৰীয় বক্সিং ফ’ৰামৰ বৈঠকত প্ৰতিনিধিত্ব কৰিব হেমন্ত কুমাৰ কলিতাই…

0 67

৮ ডিচেম্বৰত ডুবাইত অনুষ্ঠিত হ’বলগীয়া আই বি এ জেনেৰেল কংগ্ৰেছ

আৰু আন্তঃৰাষ্ট্ৰীয় বক্সিং ফ’ৰামৰ বৈঠকত প্ৰতিনিধিত্ব কৰিব ভাৰতীয় বক্সিং ফেডাৰেচনৰ চেক্ৰেটেৰী জেনেৰেল হেমন্ত কুমাৰ কলিতাই।

ভাৰতীয় বক্সিং ফেডাৰেচনৰ ভোটিং প্ৰতিনিধি হেমন্ত কুমাৰ কলিতা।

Leave A Reply