পুনৰ বিতৰ্কৰ আৱৰ্তত অসম সাহিত্য সভা
সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ পৰা হেৰাল গুৰুত্বপূৰ্ণ ফাইল

হেৰুওৱা ফাইলৰ সন্ধানত কাৰ্যালয়ত পাণবজাৰ আৰক্ষীৰ অভিযান
বিত্তীয় সংক্ৰান্তীয় গুৰুত্বপূৰ্ণ ফাইল অন্তর্ধানক লৈ ৰহস্য

বৰ্তমানৰ বিষয়ববীয়াৰ বিৰুদ্ধে গোচৰ প্ৰাক্তন বিষয়ববীয়াৰ
বিষয়টো সন্দৰ্ভত সভাৰ স্থিতি স্পষ্ট কৰিবলৈ উপ-সভাপতিৰ দাবী

