Breaking

মহিলাৰ স্বাস্থ্যৰ বাবে উপযোগী এই ৩ বিধ ৰস…

0 91

মহিলাৰ বাবে স্বাস্থ্যকৰ ৰস: বহু মহিলাৰ টেঙা আৰু তেলীয়া বস্তু খোৱাৰ অভ্যাস আছে। কিন্তু এই বস্তু সমূহ স্বাস্থ্যৰ বাবে অপকাৰি। মহিলাসকলে ৩ প্ৰকাৰৰ ৰস খাব লাগে। মহিলাসকলে নিজৰ ছাল আৰু চুলিৰ যত্ন প্ৰায়ে ল’ব লাগে। মহিলাসকলে কি কি ৰস খাব লাগে এই বিষয়ে আজি আমি আপোনালোকক জনাম-

১/ বহু ফলৰ ৰস মিহলাই খাব লাগে। এই ৰসত বহু প্ৰকাৰৰ ভিটামিন আৰু খনিজ পদাৰ্থ পোৱা যায়, গতিকে এই ৰসে শৰীৰৰ লগতে মগজুকো উপকৃত কৰে। ইয়াৰ ফলত হাৰ্ট এটেকৰ দৰে বিপজ্জনক হৃদৰোগ ৰোধ হ’ব। ইয়াৰ লগতে চকু, ছাল আৰু চুলিৰ বাবেও ই অতি উপকাৰী।

২) নাৰিকল পানী উপকাৰিতাৰ বিষয়ে আমি সকলোৱে জানো। কিন্তু সকলোৱে দৈনিক এই নাৰিকলৰ পানী খাবলৈ সক্ষম নহয়। নাৰিকলৰ পানীয়ে শৰীৰক হাইড্ৰেটেড কৰি ৰখাত সহায় কৰে। নাৰিকল পানী খোৱাৰ ফলত ৰক্তচাপ নিয়ন্ত্ৰণত থাকে আৰু ছালৰ লগত জড়িত সমস্যাও সমাধান হয়।

৩/ শাক-পাচলিৰ ৰসঃ সতেজ শাক-পাচলি স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়। শাক-পাচলিৰ ৰসৰ দ্ধাৰা শৰীৰক ভিটামিন, এন্টিঅক্সিডেন্ট, পটাছিয়াম, জিংক আৰু কেৰনাইড আদি পুষ্টিকৰ উপাদান লাভ কৰে। এই ৰসৰ দ্ধাৰা উচ্চ ৰক্তচাপ, ৰক্তহীনতা, ছালৰ সমস্যা আদি সমস্যাও দূৰ হৈ যায়। শাক-পাচলিৰ চুপ বনাইও খাব পাৰে আপুনি।

Leave A Reply