September 1, 2023 কাছাৰত ৭ লাখ টকাৰ হেৰ’ইন জব্দ আৰক্ষীৰ… Share FacebookTwitterWhatsAppTelegramKooEmail কাছাৰত ৭ লাখ টকাৰ হেৰ’ইন জব্দ আৰক্ষীৰ। ১০০ টা চাবোনৰ বাকচত ৰখা হৈছিল হেৰ’ইনখিনি। হেৰ’ইনসহ আটক এগৰাকী মহিলা সৰবৰাহকাৰীক। মহিলাগৰাকীৰ বাসগৃহৰ পৰা জব্দ ১.৩ কেজি হেৰ’ইন। Author: দৈনন্দিন বাৰ্তা Related Articles গুৱাহাটীৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্যৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা আৰু উদ্ধোধন দৈনন্দিন বাৰ্তা - February 25, 2026 উজনি অসমত এইবাৰ ৰাজ-মিস্ত্ৰীৰ ৰূপত মিঞা চোৰ দৈনন্দিন বাৰ্তা - February 25, 2026 গুৱাহাটীত এইচ ডি এফ চি বেংকে নতুনকৈ মুকলি কৰিলে প্ৰযুক্তি আৰু ডিজিটেল ফেক্টৰী দৈনন্দিন বাৰ্তা - February 24, 2026