অসমীয়া ছবি জগতৰ বাবে সুখবৰ।(Herowa Chanda)
নৱবৰ্ষৰ প্ৰথমতে ছবি গৃহলৈ আহি আছে এখন নতুন ছবি।
২ জানুৱাৰীত মুক্তি পাব অসমীয়া ছবি ‘হেৰোৱা ছন্দ’।
ছবিখনৰ পৰিচালনা কৰিছে জাহ্নু বৰুৱাই।
ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অমৃতা গগৈ, জয় কাশ্যপে।
সোমবাৰে ফাঁচী বজাৰৰ কেলভিন গ’ল্ড চিনেমা হলত অনুষ্ঠিত হয় চলচ্চিত্ৰখনৰ প্ৰিমিয়াৰ শ্ব’।
পৰিচালক জাহ্নু বৰুৱাৰ লগতে প্ৰিমিয়াৰ শ্ব’ উপভোগ কৰে অভিনেতা ৰবি শৰ্মা, জয় কাশ্যপ, অমৃতা গগৈকে ধৰি বহুসংখ্যক অসমীয়া চলচ্চিত্ৰপ্ৰেমীয়ে

