April 30, 2024 বাংগালুৰুত ইণ্ডিয়ান গ্ৰেণ্ড প্ৰিক্স-১লৈ উভতিব হিমা দাস… Share FacebookTwitterWhatsAppTelegramKooEmail দীৰ্ঘবিৰতিৰ অন্তত পুনৰ ইণ্ডিয়ান গ্ৰেণ্ড প্ৰিক্স-১লৈ উভতিব হিমা দাস। নাডা পেনেলৰ পৰা সেউজ সংকেত পোৱাৰ পাছতেই এই সুখবৰ। আজি বাংগালুৰুত ইণ্ডিয়ান গ্ৰেণ্ড প্ৰিক্স-১লৈ উভতিব হিমা। মহিলাৰ ২০০ মিটাৰ দৌৰৰ বাবে AFIৰ তালিকাত হিমা দাস Author: দৈনন্দিন বাৰ্তা Related Articles শিক্ষাবিদ ৰমেশ চন্দ্ৰ ভট্টাচাৰ্যৰ গ্ৰন্থ ব্যাকৰণৰ আদিপাঠ উন্মোচন । দৈনন্দিন বাৰ্তা - December 27, 2025 অগ্নিগৰ্ভা পৰিস্থিতিৰ পাছত কাৰ্বি প্ৰতিনিধিৰ সৈতে দিছপুৰত গুৰুত্বপূৰ্ণ বৈঠক, লোৱা হ’ল একাধিক সিদ্ধান্ত দৈনন্দিন বাৰ্তা - December 26, 2025 তিৱা–ৰাভা–মিচিং স্বায়ত্তশাসিত পৰিষদক সাংবিধানিক স্বীকৃতিৰ দিশে অগ্ৰগতি, কেন্দ্ৰৰ সৈতে আলোচনাৰ আশ্বাস দিলে গৃহমন্ত্ৰী অমিত শ্বাহে দৈনন্দিন বাৰ্তা - December 26, 2025