Himanta Biswa Sarma: দিল্লীৰ পৰা ডুবাই অভিমুখী বিমানত কি ঘটনা ঘটিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ?

দিল্লীৰ পৰা ডুবাই অভিমুখী বিমানত মুখ্যমন্ত্ৰীৰ লগত ঘটিল এক ঘটনা।(Himanta Biswa Sarma)

দিল্লীৰ পৰা ডুবাই লৈ যাত্ৰাৰ সময়ত বিমানত এজন যুৱকে মুখ্যমন্ত্ৰীক ব্যৱহাৰ কৰিবলৈ দিছিল ইণ্টাৰনেচনেল প্লাগ আৰু চার্জিং কেবল।

কিন্তু মুখ্যমন্ত্রী শুই থকা সময়তে সেই যুৱকজন নামিলে ডুবাইত।

আমষ্টাৰডামত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে যুৱকজনৰ চার্জিং কেবল ওভতাই দিব নোৱৰাৰ বাবে দুখ প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

তেওঁ দুখ প্ৰকাশ কৰি সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰে যাতে মুখ্যমন্ত্ৰীৰ সেই বাৰ্তা যুৱকজনে পাই আৰু যুৱকজনক মেছেজ কৰিবলৈ আহ্বান জনালে যাতে তেঁওৰ চাৰ্জাৰ ওভতাই দিয়াৰ ব্যৱস্থা কৰিব পাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

Related Articles