Himanta Biswa Sarma: ভাৰত-পাকিস্তানৰ যুদ্ধ চলি থকা পৰ্যন্ত নোৱাৰিব বহুকেইটা কাম কৰিব !

যুদ্ধ চলি থকা পৰ্যন্ত কেইবাটাও বিষয়ত গুৰুত্ব চৰকাৰৰ।(Himanta Biswa Sarma)

ভাৰত-পাকিস্তানৰ যুদ্ধ চলি থকা পৰ্যন্ত নোৱাৰিব বহুকেইটা কাম কৰিব।


ৰাজহুৱাকৈ চেমিনাৰ পাতিব নোৱাৰিব কোনোৱে।

চৰকাৰী খৰচত কোনো মন্ত্রী-বিষয়াই বিদেশ ভ্রমণ কৰিব নোৱাৰিব।

আৰক্ষীক বাদ দি কোনো চৰকাৰী বিষয়াই কিনিব নোৱাৰিব গাড়ী।


এই কথা আজি সংবাদমেলযোগে সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই।

Related Articles