কামৰূপ, কামৰূপ মহানগৰৰ সকলো বিদ্যালয় বন্ধ আজি।(Himanta Biswa Sarma)
কিয়নো বৰষুণ কমিলেও দুৰ্দশা কমা নাই তেনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ, কামৰূপ মহানগৰৰ সকলো বিদ্যালয় বন্ধ আজি।(flood)
আনহাতে ব্যক্তিগত প্ৰতিষ্ঠানৰ দূৰৰ কৰ্মচাৰীৰ আজি ছুটী দিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ।
চৰকাৰী কৰ্মচাৰীৰ আজি নৈমিত্তিক ছুটী ঘোষণা। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে দূৰৰ চাকৰিয়াল কর্মক্ষেত্রলৈ আহিব নালাগে, মহানগৰীৰ সমীপতে আৱাসত থকাসকলক কর্মস্থলীলৈ অহাৰ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ।
ধাৰাসাৰ বৰষুণৰত মহানগৰীত বানৰ অবৰ্ণনীয় পৰিস্থিতিৰ পাছতে সংবাদমেল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।