নলবাৰী :
সুদিৰ্ঘ কালৰে পৰা অসম আৰু অসমীয়া খিলিঞ্জীয়া অসমীয়াৰ ভৱিষ্যৎ সুৰক্ষাৰ স্বাৰ্থত আৰু বেদেশী হাতোৰাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি তাৰ চেষ্টা কৰি আছিল। আৰু সেই মহান উদ্যেশ্যে আগত লৈ অসমৰ ৰাইজে অতি নিষ্ঠা আৰু সততাৰে ভাৰতীয় জনতা পাৰ্টিক ৰাজপাটত বহুৱাইছিল। অসমৰ ৰাইজৰ সপোন আছিল কেনেকৈ এই দানৱ সকলক নিৰ্মুল কৰিব পাৰি হিন্দু ক্ৰান্তি দলৰ নলবাৰীৰ সংযোজক নিৰ্মল ৰাজবংশীৰ মন্তব্য। নলবাৰীত হিন্দু ক্ৰান্তি দল নলবাৰী সমিতিয়ে অনুষ্ঠিত কৰা এক সংবাদ মেলত নিৰ্মল ৰাজবংশীয়ে আকৌ কয় যে ৰাইজৰ সকলো আবেগ অনুভুতিক ৰাজ্য চৰকাৰে ধূলিষাৎ কৰিলে। তাৰ ফল স্বৰুপে হাজোৰ সনাতন ডেকা আৰু নুনমাতি ঋতুপৰ্ণ পেগুৰ নিম্নয হত্যাকাণ্ড। অতিকৈ দুখজনক আৰু লজ্জিত বিষয় এই যিখন চৰকাৰক অসমৰ ৰাইজৰ হিয়াৰ আমুঠু হিচাবে লৈছিল আকৌ সেইখন চৰকাৰৰ দিনতে অসমৰ ৰাইজে নিজৰ নিৰাপত্তাৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হল। সেয়েহে হিন্দু ক্ৰান্তি দলৰ দাবী হত্যাকাৰীক ফাচী দিব লাগে অন্যাথায় হিন্দু ক্ৰান্তি দলে হাত সাবতি বহি নেথাকে। লগতে সংযোজক গৰাকীয়ে কয় যে অসমৰ দৃষ্টিপাত সলনি কৰিব বিচৰা পূৰ্ববংগীয়। মুছলমান অসমীয়াৰ বাবে মৃত্যু ঘণ্টা স্বৰুপ। পূৰ্ব বংগীয় মুছলমানে অসমত পেটৰ ভোকত বেপাৰ কৰিব অহা। যদি পেটৰ ভোকত আহিলেহেতেন তেন্তে এজনে ৫জনিকৈ বিয়া পাতি ১০/২০ জনকৈ লৰা-ছোৱালী জন্ম নিদিলেহেতেন।এটাই উদ্যেশ্য অসমখন ইছলামিক স্থান কৰা। সেয়েহে হিন্দু ক্ৰান্তি দলৰ স্পষ্ট কথা এইবোৰক চৰকাৰে কঠোৰ হাতেৰে দমন কৰিব লাগে। আৰু যদি নোৱাৰে হিন্দু ক্ৰান্তি দলে নিজে সিদ্ধান্ত লবলৈ বাধ্য হব। উক্ত সংবাদ মেলত হিন্দু ক্ৰান্তি দল নলবাৰীৰ সাংগঠনিক লিংকন কলিতা, মিন্টু কলিতা উপস্থিত আছিল।