Breaking

লখিমপুৰত বিজয় সংকল্প সভাত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ…

0 12

আজি অসমৰ বিজয় সংকল্প সভাত উপস্থিত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ। লখিমপুৰত বিজেপিৰ বিজয় সংকল্প সভা আৰু তিনিচুকীয়াৰ বিজয় সংকল্প যাত্ৰা নামৰে আয়োজিত নিৰ্বাচনী সভাত প্ৰচাৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ।

মঙলবাৰে দুুপৰীয়া ২ বজাত লখিমপুৰত আয়োজিত বিজয় সংকল্প নিৰ্বাচনী সভাত উপস্থিত শ্বাহ। লখিমপুৰৰ কাৰ্য্যসূচী সামৰিয়েই কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ৰাওনা হ’ব তিনিচুকীয়ালৈ।

জিলাখনত বিজয় সংকল্প যাত্ৰা নামেৰে আয়োজন কৰা বিশাল ৰোড শ্ব’ত ভাগ ল’ব অমিত শ্বাহে। চলিহা নগৰৰ পৰা থানা চাৰিআলিলৈ হ’ব এই বিজয় সংকল্প যাত্ৰা নামৰ ৰোড শ্ব’। ইয়াৰোপৰি লখিমপুৰত অমিত শ্বাহক উষ্ম আদৰণি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Leave A Reply