মুখ্য-পৃষ্ঠা

মৰিগাৱৰ লেৰুৱামুখত পেহা শহুৰৰ কামনাৰ বলি এগৰাকী বোৱাৰী।

পেহা শহুৰৰ কামনা বলি ভতিজা বোৱাৰীমৰিগাঁৱৰ ভেলৌগুৰি থানাত এজাহাৰ দাখিল পেহা শহুৰ ৰফিকুল ইছলামৰ বিৰুদ্ধে৭৪/২১ . নম্বৰৰ এটি গোচৰ পঞ্জীয়ন কৰে আৰক্ষীয়ে। এক ভয়ানক...

ৰাজ্যৰ ১৯৩খন আৰক্ষী থানাৰ অ’চিৰ ৰদ–বদল

ৰাজ্য চৰকাৰৰ গৃহ বিভাগে আজি অসম আৰক্ষীত ব্যাপক সালসলনি কৰিছে। অলপ দিন আগেয়ে আৰক্ষীৰ অধীক্ষক পৰ্যায়ৰ বিষয়া ৰদ–বদলৰ পিছত এইবাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া...

কাৰ্বি আংলঙৰ সাহসী জোৱান বৰসিং বে’ৰ নতুন পৰিচয় কনিষ্টবলঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিলে নিযুক্তি পত্ৰ

উৎকোচৰ প্রলোভন অগ্রাহ্য কৰি অতি সাহসিকতাৰে ১২ কোটি টকাৰ ড্রাগ্ছ ধৰি সমাজৰ সকলোৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হোৱা হোমগার্ড বৰছিং বে’ক ৰাজ্য চৰকাৰৰ কেবিনেট...

বিদ্যুৎ বিল পৰিশোধ নকৰা সন্দৰ্ভত চৰকাৰৰ ঘোষনাৰ বিৰোধীতা অসম হাইস্কুল শিক্ষক সংস্থাৰ

ৰাজ্য চৰকাৰৰ বিদ্যুৎ মাচুল পৰিশোধ নকৰা ,  বৰ্তমানলৈকে কভিড ভেকচিন নোলোৱা শিক্ষক কৰ্মচাৰীক জুন মাহৰ দৰমহা প্ৰদান কৰা নহব বুলি চৰকাৰে কৰা ঘোষনাৰ তীব্ৰ...

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ কেন্দ্ৰীয় নেতৃত্ববৃন্দ‌ৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ

অসম চৰকাৰৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাক  কালি এক সৌজন্যমূলক সাক্ষাৎকাৰ কৰে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ কেন্দ্ৰীয় নেতৃত্ববৃন্দ‌ই।  জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত শ্ৰীমন্ত শঙ্কৰদেৱ...

Popular