মুখ্য-পৃষ্ঠা

এনএছ চি এন(কে-য়া)ৰ কৱলত চাৰিজনকৈ ব্যক্তি

নগা উগ্ৰপন্থী সংগঠন এনএছচিএন (কে-য়া) অপহৰণ কৰিলে দুই গাড়ী চালকক। এজন অসমৰ আনজন নগালেণ্ডৰ মন জিলাৰ বাসিন্দা। নগালেণ্ডৰ মন জিলাৰ লংৱাৰপৰা পংচাও লৈ নিৰ্মীয়মান...

ডিগবৈৰ টিংৰাইত বিস্ফোৰণত নিহতৰ আত্মীয়লৈ ৫ লাখ টকাকৈ সাহাৰ্য। ঘটনাস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ।

ডিগবৈৰ টিংৰাইত গ্ৰেনেড  বিস্ফোৰণত নিহতৰ আত্মীয়লৈ ৫ লাখ টকাকৈ সাহাৰ্য ঘোষণা ৰাজ্য চৰকাৰৰ। আজি ঘটনাস্থলী পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰে।মন্ত্ৰী সঞ্জয়...

ডিগবৈৰ বিস্ফোৰণ, আলফা (স্বাঃ)ৰ বিবৃতি

শুকুৰবাৰে ডিগবৈ টিংৰাইত সংঘটিত হয় গ্ৰেনেড বিস্ফোৰণ। টিংৰাইৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত সংঘটিত হোৱা বিস্ফোৰণটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ৩ জনকৈ লোক। আনহাতে ইয়াৰে এজন...

দফলাপোটা পানী যোগান আচনিত ২০বছৰে পানী এটুপি পানীও নাই

ওদালগুৰি জিলাৰ পূব প্ৰান্তত বিশুদ্ধ খোৱা পানী যোগানৰ নামত জন স্বাস্থ্য কাৰিকৰী বিভাগে ৰূপায়ন কৰা আঁচনি সমূহ এক চূড়ান্ত প্ৰহসনলৈ ৰূপান্তৰিত হৈছে । ৰাজহুৱা...

শনিবাৰে পুৱাই ভূমিকম্পৰ জোকৰাণি, কঁপাই গ’ল ৰাজ্য

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি।শনিবাৰে পুৱা ৮.৩৪ বজাত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি।ভূমিকম্পৰ অভিকেন্দ্ৰ শোণিতপুৰ জিলা বুলি জানিব পৰা গৈছে।ভূ-গৰ্ভৰ পৰা ১৪ কিলোমিটাৰ গভীৰতাত ভূমিকম্পটোৰ অভিকেন্দ্ৰ।ভূমিকম্পটোৰ...

Popular