মুখ্য-পৃষ্ঠা

হোজাই ৰামপুৰত ভয়ংকৰ অগ্নিকাণ্ড৷

হোজাই ৰামপুৰত ভয়ংকৰ অগ্নিকাণ্ড৷ অগ্নিকাণ্ডত জাহ যায় ৰাম কুমাৰৰ ঘৰত থকা এটি খেৰৰ মেজি। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰাত ভয়ংকৰ দূৰ্ঘটনাৰ পৰা...

হোজাইত চহৰত ধূলিসাত্ কোভিড প্রটকল।

দহ হাজাৰৰো অধিক লোক গোট খালে হোজাই নিউ ক'লনিৰ আকবৰ নামৰ লোক জনৰ গৃহৰ সন্মুখত। ৰমজান মাহৰ জাকাত দিয়াৰ নামত বিভিন্ন ঠাইৰ পৰা মাতিছিল লোকসকলক। জাকাত...

ইটাখোলাত তিনি গৰাকী লোকৰ দেহত covid_19

বিশ্বনাথ জিলাৰ অন্তৰ্গত ১ন‌‌‌‌‌ং ইটাখোলাত তিনি গৰাকীকৈ লোকৰ দেহত মহামাৰী কৰোণাৰ আক্ৰান্ত হোৱাৰ খবৰে এক আত‌‌ঙকময় পৰিবেশৰ সৃষ্টি হৈছে সমগ্ৰ ইটাখোলা অনচলত। যোৱা কালি...

কন্ঠশিল্পী ভিতালী দাসলৈ ‘বিৰিণা গোষ্ঠী অসম’ ৰ শ্ৰদ্ধাঞ্জলি

ৰাজ্য তথা দেশত কৰোনাৰ দ্বিতীয় ঢৌৱে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়তে বুধবাৰে বিয়লি কৰোনাত আক্ৰান্ত হৈ অকালতে প্ৰাণ হেৰুৱালে অসমৰ জনপ্ৰিয় কন্ঠশিল্পী ভিতালী দাসে...

অসমৰ বাবে ভয়ানক খবৰ । ৰঙিয়াত কৰা নহ’ল COVID TEST

ৰঙিয়া ৰেল ষ্টেচনত শুক্ৰবাৰে পুৱাৰ ভাগত সংঘটিত হয় এক ভয়ানক ঘটনা। কৰণা টেষ্টৰ বাবে ব্যৱস্থা থাকিও এখন ট্ৰেনৰ যাত্ৰীক কৰা নহল কৰণা টেষ্ট ।...

Popular