মুখ্য-পৃষ্ঠা

গোলাঘাট জিলাৰ ৮০ বছৰৰ উৰ্ধৰ ৮,১৯৬ গৰাকী ভোটদাতায়ো ডাক বেলটযোগে দিব পাৰিব ভোট

ৰাজ্যৰ আসন্ন বিধানসভা নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে গোলাঘাট জিলা প্ৰশাসনেও প্ৰয়োজনীয় প্ৰস্তুতি অব্যাহত ৰাখিছে । বিশেষকৈ ভোটদাতাসকলক সজাগ কৰাৰ বাবে নিৰ্বাচন আয়োগৰ Systematic...

ওৰাংত বিজেপিৰ পৃষ্ঠা প্ৰমুখ সন্মিলনত বিশ্বজিৎ দৈমাৰী : পৃষ্ঠা প্ৰমুখ সকলৰ কথা মানি চলিব লাগিব নেতা সকলে

পৃষ্ঠাপ্ৰমুখ সকলৰ গুৰুত্ব দায়িত্ব আৰু দাম বাঢ়িল । বৰ্তমান এওঁলোকৰ খবৰ সকলোৱে লয় । কিয়নো পৃষ্ঠা প্ৰমুখ সকলৰ কৰ্মই ভাগ্য নিৰ্ণয় কৰিব আগন্তুক বিধানসভা...

লাহোৱাল প্ৰেছ ক্লাবৰ কাৰ্যনিৰ্বাহক সভা : উপদেষ্টা দীপজয় শইকীয়াক বিদায় সম্বৰ্ধনা

আবেলি লাহোৱাল প্ৰেছ ক্লাবৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায় ৷ প্ৰেছ ক্লাবৰ কাৰ্য্যলয়ত অনুষ্ঠিত হোৱা সভাখনত সভাপতিত্ব কৰে ক্লাবৰ সভাপতি মুক্তামণি হাজৰিকাই৷ সভাৰ...

গায়ন গাঁৱৰ উজনি নামঘৰৰ লাইখুটা স্থাপন

অসম  চৰকাৰৰ মথাউৰি সবলীকৰন আঁচনিৰ বাবে গায়ন গাঁও উজনি নামঘৰৰ স্থানান্তৰ হৈছে গাঁও খনৰ মধ্যস্থল গায়ন গাঁও নৱজ্যোতি উচ্চমাধ্যমিক বিদ্যালয়ৰ কাষলৈ। সেই উদ্দেশ্যে বৃহস্পতিবাৰে...

টুপামাৰীত বিশাল ধৰ্ম সভাৰ আয়োজন

কামৰূপৰ বকো সমষ্টিৰ নগৰবেৰাৰ টুপামাৰী আঞ্চলিক কৱৰস্থান হাফিজীয়া মাদ্ৰাছাৰ দ্বাদশ বাৰ্ষিক বিশাল ধৰ্ম সভা ২২ ফেব্ৰুৱাৰী ২০২১ ইং তাৰিখ সোমবাৰে টুপামাৰী আঞ্চলিক হাফিজীয়া মাদ্ৰাছা...

Popular