মুখ্য-পৃষ্ঠা

নগাঁৱত এন এছ ইউ আইৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অনুশেষ শৰ্মা : তুংগত নগাঁও এন এছ ইউ আইৰ আভ্যন্তৰীণ কন্দল

নগাঁও : "এন এছ ইউ আই এটা শৃংখলাবদ্ধ সংগঠন। কোনো সদস্যই সংগঠনৰ নিয়মানুৱৰ্তীতা আৰু শৃংখলা ভংগ কৰিলে আমি কঠোৰ ভাৱে ব্যৱস্থা ল'ম।" নগাঁৱত উপস্থিত...

জামুগুৰিহাটত এছ আই কেলেংকাৰীৰ অভিযুক্ত জিন্তু নাথক গেপ্তাৰ

জামুগুৰিহাট : ৰাজ্য কঁপোৱা এছ,আই কেলেংকাৰীৰ অন্যতম অভিযুক্ত জিন্তু নাথক কালি নিশা জামুগুৰিহাটত আৰক্ষীয়ে গেপ্তাৰ কৰে। এছ,আই কেলেংকাৰীত নাম সাঙোৰ খাই পৰাৰ পাছতে পলাতক...

বিজেপি গুৱাহাটী মহানগৰ জিলাৰ উদ্যোগত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াক সম্বৰ্ধনা

গুৱাহাটী : গুৱাহাটী মহানগৰীৰ দিছপুৰস্থিত গড়কাপ্তানী প্ৰশিক্ষণ কেন্দ্ৰত কালি বিজেপি গুৱাহাটী মহানগৰ জিলাৰ সম্বৰ্ধনা সভা অনুষ্ঠিত হয় ৷ মহানগৰ জিলা সভাপতি মৃগেন শৰনীয়াৰ পৌৰহিত্যত...

দুৰ্ঘটনাত পতিত বিৰোধী দলৰ উপ দলপতি, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ বাহন। কথমপি ৰক্ষা ৰকিবুল হুছেইন

নগাঁও, ১০ অক্টোবৰ : আজি বিয়লি এক দুৰ্ঘটনাত পতিত হয় বিৰোধী দলৰ উপ দলপতি, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ বাহন। ৰহা ফুলগুৰিৰ ৩৭ নং ৰাষ্ট্ৰীয়...

নগাঁৱত বিশ্ব মানসিক স্বাস্থ্য দিৱস উদযাপন

নগাঁও : নগাঁও ভোগেশ্বৰী ফুকণনি অসামৰিক চিকিৎসালয়ৰ মানসিক ৰোগ বিভাগৰ উদ্যোগত, সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থা নগাঁও আৰু নগাঁৱৰ স্বেচ্ছাসেৱী অনুষ্ঠান “চাইন” ৰ সহযোগত...

Popular