মুখ্য-পৃষ্ঠা

অসমত ক্ৰমান্বয়ে জটিল ৰূপ ধাৰণ বানপানীৰ, মৃত্যু হোৱা লোকৰ সংখ্যা ১২০ গৰাকীলৈ বৃদ্ধি

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ ৰাজ্যত ক্ৰমান্বয়ে অধিক জটিল ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে। ৰাজ্য চৰকাৰে সদৰি কৰা মতে এতিয়ালৈকে অসমত বানপানীৰ ফলত ১২০ গৰাকী...

যুৱতীক অশ্লীল মেচেজ দি শলঠেকত বিজেপি চাহ মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক মনোজ মানকি : ব্যাপক প্ৰতিক্ৰিয়া

তিনিচুকীয়া : এগৰাকী যুৱতীক মোবাইলৰ জৰিয়তে অশ্লীল প্ৰস্তাৱ দি আৰক্ষীৰ শৰণাপন্ন হ'বলগা হৈছে শাসকীয় বিজেপি দলৰ এগৰাকী ৰাজ্যিক পৰ্যায়ৰ নেতা। নেতাগৰাকী হ'ল বিজেপি চাহ...

মাজুলীত সোৱণশিৰি নদীৰ বাঢ়নী পানীৰ তাণ্ডৱ

উজনি-মাজুলী : বছৰৰ তৃতীয়টো বানে তাণ্ডৱ অব্যাহত ৰাখিছে মাজুলীত। মাজুলীৰ উত্তৰে থকা সোৱণশিৰি নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে ততোধিক গাঁও। বিশেষকৈ জিলাখনৰ চেঙেলীবাৰী, মেৰুৱাবাৰী, কলিতাপাৰ, ঠাকুৰসুঁতি,...

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানীৰ পাইপেৰে গৃহ নিৰ্মাণ, মৰিয়নি কংগ্ৰেছ নেতাৰ দুষ্কাৰ্য

হাঁহচৰা :  জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানীৰ পাইপেৰে গৃহ নিৰ্মাণ কৰি মৰিয়নিত এজন কংগ্ৰেছী নেতা আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'বলগীয়া হোৱা কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। ঘটনাৰ বিবৰণি...

মাজবাটত বিধ্বংশী অগ্নি কাণ্ড, দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত

ওৰাং : নিশা মাজবাট ৰাজহ চক্ৰৰ অন্তৰ্গত নাহৰবাৰীত সংঘটিত হয় বিধ্বংশী  অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত হয়। স্থানীয় লোকৰ সন্দেহ শ্বৰ্টচাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত...

Popular