মুখ্য-পৃষ্ঠা

বিশেষ ৰে’ল চলাবৰ বাবে নিৰ্দেশনা জাৰি ৰে’ল মন্ত্ৰালয়ৰ দিল্লীৰ পৰা ১৫টা ষ্টেচনলৈ ৰে’ল চলাচলৰ ব্যৱস্থা : নাথাকিব কম্বল, লিনেন

অনলাইন বাৰ্তা ৰে’ল মন্ত্ৰালয়ে আজি বিশেষ ৰে’ল চলাবৰ বাবে নিৰ্দেশনা জাৰি কৰিছে৷ ৰে’ল মন্ত্ৰালয়ে জনোৱা মতে সেই ৰে’লবোৰত কম্বল আৰু লিনেন দিয়া নহ’ব৷ লগতে...

লকডাউনৰ মাজতে সৰুপথাৰত দিন দুপৰতে লোমহৰ্ষক হত্যাকাণ্ড : অভিযুক্ত চঞ্জু আলীক গ্ৰেপ্তাৰ

ধনশিৰি  লকডাউনৰ মাজতে সৰুপথাৰ নগৰৰ মাজমজিয়াতে দিনদুপৰতে লোহমৰ্ষক হত্যাকাণ্ড সংঘটিত হয়৷ চাৰি-পাঁচজনীয়া দূৰ্বৃত্তৰ দলবদ্ধ আক্ৰমণত সৰুপথাৰৰ নগৰৰে তিনি নং ৱাৰ্ডৰ নকচু খান (৩১) নামৰ এজন...

মহাবিদ্যালয় গ্ৰন্থাগাৰিকৰ বিশেষ প্ৰশিক্ষণ সম্পন্ন

নাজিৰা অসম মহাবিদ্যালয় গ্ৰন্থাগাৰিক সংস্থাৰ উদ্যোগত  আৰু ভাৰত চৰকাৰৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ উল্লেখযোগ্য  ইনফ্লিবনেট (UGC_ Inflibnet) কেন্দ্ৰৰ সহযোগত সোমবাৰে দিনৰ ২-৩০ বজাৰ পৰা ভিডিঅ' কনফেৰেঞ্চযোগে...

পথৰুঘাট দুগ্ধ উৎপাদক ছ’চাইটিৰ হাঁহাকাৰ : লকডাউনৰ বাবে পানীৰ দৰত বিক্ৰী গাখীৰ

দৰং লকডাউনৰ বাবে দৰঙৰ গো-পালকসকলৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা৷ পানীৰ দৰত বিক্ৰী কৰিবলগীয়া হৈছে গাখীৰ৷ ২০০ গো-পালকক লৈ গঠিত পথৰুঘাট দুগ্ধ উৎপাদক ছ’চাইটিত প্ৰতিদিনে...

বোকাজানত ড্ৰাগছসহ আটক ১

বোকাজান  বোকাজান নগৰৰ মাজমজিয়াত সোমবাৰে আৰক্ষীয়ে এখন নম্বৰ প্লেট বিহীন বাইকত অহা এজন যুৱকক ড্ৰাগছসহ আটক কৰিবলৈ সক্ষম হয়। ধৃত যুৱকজন বালিপথাৰৰ দিলাওজানৰ ধীৰাজ চিংফৌ...

Popular