Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

চিৰাঙৰ বাসুগাঁওত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ (নগৰ) গৃহ প্ৰৱেশ সমাৰোহৰ উদ্ঘাটন

শুকুৰবাৰে বাসুগাঁও পৌৰসভাৰ তত্বাৱধানত সম্পূৰ্ণ হোৱা প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ আৱাস গৃহ প্ৰৱেশ অনুষ্ঠানৰ উদ্ঘাটন কৰে বিটিচিৰ নৱ মনোনীত পৰিষদীয় সদস্য তথা নগৰ উন্নয়ন বিভাগৰ কাৰ্যবাহী সদস্য উইলছন হাচদা আৰু নৱ নিৰ্বাচিত পৰিষদীয় সদস্য সাইখং
Read More...

বৰমা মহাবিদ্যালয়লৈ গ্ৰীণ চেম্পিয়ন ৰাষ্ট্ৰীয় বঁটা

ক'ৰোনাতংকৰ মাজতে বাক্সা জিলাবাসীৰ বাবে আহিছে এটি ভাল খবৰ। ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়ৰ উচ্চ শিক্ষা বিভাগৰ অধীনস্থ মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ শিক্ষা পৰিষদ চমুকৈ MGNCRE-ৰ দ্বাৰা আয়োজিত স্বচ্ছতা একশ্যন প্লেনৰ বিশেষ কাৰ্যসূচীৰ অধীনত
Read More...

বিশ্বনাথ জিলা কংগ্রেছৰ উদ্যোগত স্বতন্ত্র সেনানী আৰু শ্বহীদ দিৱস পালন

ভাৰতৰ স্বাধীনতা দিৱসৰ ৭৫বছৰ উপলক্ষে আজি বিশ্বনাথ জিলা কংগ্রেছৰ উদ্যোগত স্বতন্ত্র সেনানী আৰু শ্বহীদ দিৱস পালন কৰা হয় । আজি  গহপুৰ,বিহালী আৰু বিশ্বনাথ সমষ্টি কংগ্রেছ কর্মীৰ সহযোগত বিহালীৰ ৰৌমাৰীত  মুক্তিযোদ্ধা গংগাৰাম বৰুৱাক সম্বর্ধনা
Read More...

তলা বন্ধ প্ৰত্যাহাৰ কৰি অতি শীঘ্ৰে ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান খোলাৰ দাবীত সাপেখাতীত প্ৰতিবাদ

ক'ভিড পৰিস্থিতিৰ বাৱে যোৱা প্ৰায় দুটা বছৰ শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ থকাত ছাত্ৰ ছাত্ৰীসকলে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সন্মুখীন হৈ আহিছে ৷  ৰাজ্য চৰকাৰে শেষতীয়াকৈ অনলাইন শিক্ষা ব্যৱস্থাৰ প্ৰয়োগ কৰিছিল যদিও গ্ৰামাঞ্চলৰ একাংশ
Read More...

ইটাখোলাৰ মনাই চাহ বাগিচাত বেচৰকাৰী সংস্থা ‘চেষ্টা’ৰ খাদ্য সামগ্ৰী বিতৰণ

বিশ্বনাথ জিলাৰ ইটাখোলাস্থিত দিকৰাইৰ মনাই চাহ বাগিচাত বেচৰকাৰী সংস্থা 'চেভেন ছিষ্টাৰ ডেভল্পপমেন্ট অচিষ্টেন' (চেষ্টা)ৰ উদ্যোগত দৰিদ্ৰ সীমা ৰেখাৰ তলৰ শ্ৰেণীৰ লোক সকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে। ক'ভিড পৰিস্থিতিত লকডাউনৰ ফলত সৰ্ব্বস্বান্ত
Read More...

কাজিৰঙাৰ ৰাজপথৰ ওপৰেৰে নিৰ্মাণ হ’ব উৰণীয়া সেঁতুঃ কাজিৰঙা উদ্যান কতৃপক্ষৰ আনুষ্ঠানিক অনুমতি…

এইবাৰ কাজিৰঙাৰ ৰাজপথৰ ওপৰেৰে নিৰ্মাণ হ'ব ফ্লাই অভাৰ অৰ্থাৎ উৰণীয়া সেঁতু ৷ যদি তেনে হয়, আপুনি-মই আচৰিত হ'ব লগা একো নাই ৷ সকলো জল্পনা-কল্পনা অন্ত পেলাই এইবাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে নিৰ্মাণ হ'ব লগা
Read More...

৩ ছেপ্টেম্বৰত শুভ নাট্যাৰম্ভ উদয়ন থিয়েটাৰৰ

 ক'ৰোনা মহামাৰীয়ে জুৰুলা কৰা সংস্কৃতিৰ পথাৰখন সজীব কৰাৰ প্ৰয়াসেৰে ভ্ৰাম্যমাণ নাট্যজগতত নৰূপেৰে পাঠশালাৰ পৰা আত্মপ্ৰকাশ কৰিবলৈ সাজু হোৱা জ্যোতিপদ তালুকদাৰৰ প্ৰযোজিত উদয়ন থিয়েটাৰে ইতিমধ্যে প্ৰস্তুতি সম্পূর্ণ কৰিছে । কৰোনা ভাইৰাছৰ আতংক
Read More...

এন.ই.ফ’কাচ ডট কমৰ পঞ্চম বৰ্ষপূতি অনুষ্ঠানত মিৰ্জাৰ সাংবাদিক জীতুমণি দাসক সম্বৰ্ধনা :…

এন. ই. ফ'কাচ ডট কম নামৰ গুৱাহাটীৰ ৱেব পৰ্টেলটোৰ ৫ বছৰীয়া বৰ্ষপূতি কালি অনুষ্ঠিত হৈ যায়। এই অনুষ্ঠানটিত জন্মলগ্নৰে জড়িত থকাৰ লগতে নিষ্ঠা-সততাৰে সংবাদ পৰিৱেশন কৰা বাবে দক্ষিণ কামৰূপৰ বিজয়নগৰৰ যুৱ সাংবাদিক জীতুমণি দাসক ফুলাম গামোচা, চেলেং
Read More...

ৰাজীৱ গান্ধীৰ নাম প্রত্যাহাৰ কৰি ‘ওৰাং ৰাষ্ট্ৰীয় উদ্যান’ কৰাৰ দাবীত মুখ্যমন্ত্ৰীলৈ…

'ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান'ৰ নাম সলনি কৰি 'ওৰাং ৰাষ্ট্ৰীয় উদ্যান' কৰাৰ দাবীত ১৩আগষ্টত  অৰণ্য সুৰক্ষা সমিতিয়ে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্বশর্মাক এক স্মাৰক পত্ৰ প্ৰদান কৰে। সমিতি খনৰ সচিব প্রধান ড.হচিৰণ দাসে  এই স্মাৰক পত্ৰ
Read More...

SBKF আন্ত: ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথেলেটিক্সত সোণৰ পদক লাভ কুঞ্জলতা বড়োৰ

নেপালত অনুষ্ঠিত হোৱা ২০২১ বৰ্ষৰ আন্ত: ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথেলেটিক্স, (SBKF) প্ৰতিযোগীতাত  ভাৰতৰ হৈ অংশগ্ৰহণ কৰা ১০০ মিটাৰ আৰু ২০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত কেইবাখনো দেশৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা খেল খনত ভাৰতৰ হৈ ৰিপ্ৰেজেণ্ট কৰা  ওদালগুৰি
Read More...