মুখ্য-পৃষ্ঠা

দৰং জিলাৰ প্ৰবেশ পথত বহিঃৰাজ্যৰ পৰা অহা লোকৰ স্বাস্থ্য পৰীক্ষা আৰু শ্লেষৰ নমুনা সংগ্ৰহ কেন্দ্ৰ স্থাপন ।

মঙলদৈ, বহি:ৰাজ্যৰ পৰা দৰঙত প্ৰৱেশ কৰা লোকৰ স্বাস্থ্য পৰীক্ষা আৰু শ্লেষৰ নমুনা সংগ্ৰহৰ কৰাৰ বাবে জিলা প্ৰশাসনৰ উদ্যোগত দুমুনিচকীত ৩ টা কেন্দ্ৰ স্থাপন কৰা হৈছে।...

লংকাত পুনৰ এজনৰ দেহত ধৰা পৰিছে ক’ৰণা পজিটিভ ।

লংকা, যোৱা ২৮ মে'ত লংকাৰ ফাতেমা হোটেলত প্ৰথমবাৰৰ বাবে চাৰি গৰাকী যুৱকৰ দেহত কৰ'ণা পজিটিভ ধৰা পৰাৰ পিছত আজি পুনৰ  লংকাত আন এজন...

কলিয়াবৰত প্ৰথমজন কভিড সংক্ৰমিত ৰোগী । দিল্লীৰ পৰা আহি কোৱাৰেণ্টাইন কেন্দ্ৰত আছিল।

দৈনন্দিন বাৰ্তাৰ সেৱা, কলিয়াবৰ : বহিঃ ৰাজ‍্যৰ পৰা কোৱেৰাণ্টাইনত আছিল শালনা বাপুজী হাইস্কুলত কৰ'না সংক্ৰমিত যুৱকজন। মিছা আদৰ্শ হাইস্কুলত থকা নমুনা সংগ্ৰহ কেন্দ্ৰই স্বাৱ সংগ্ৰহ...

বাগিছাৰ বাসিন্দাৰ বিদ্যুৎ বিলৰ নামত লুণ্ঠন বন্ধ কৰাৰ দাবী ” আদিবাসী ছাত্র সন্থা “ৰ ।

দিলীপ হাজৰিকা : নাজিৰা : নাজিৰা ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত লিগিৰী পুখুৰী চাহ বাগিছাৰ শ্ৰমিক আবাসী সকলৰ বাসগৃহত সংযুক্ত বিদ্যুৎ সংযোগৰ বিপৰীতে নিৰ্দিষ্ট বিদ্যুতৰ...

নামখলাৰ মহলীয়াপাৰা ৰামগাওৰ ৰাজহুৱা পুখুৰীত যুবকৰ মৃতদেহ উদ্ধাৰ।

নামখলা, দ্বীপেন ডেকা : পশ্চিম মঙলদৈ মহলিয়াপাৰা ৰামগাওৰ জলজলী নামৰ ৰাজহুৱা পুখুৰীত মঙ্গলবাৰে ৰাতিপুৱা এক যুৱকৰ মৃতদেহ উদ্ধাৰ হয়। ৰাতিপুৱা পুখুৰীৰ ওচৰ চুবুৰীয়াই ৰাজহুৱা পুখুৰীটোৰ...

Popular