মুখ্য-পৃষ্ঠা

panchayat election result 2025: পঞ্চায়তত অভূতপূৰ্ব ফলাফল লাভ কৰা মানে ২৬তো আমিয়ে চৰকাৰ গঠন কৰিম

অসমৰ জল সম্পদ, তথ্য আৰু জনসংযোগ(panchayat election result 2025) মন্ত্ৰী পীয়ূষ হাজৰিকাই দেওবাৰে তামুলপুৰ জিলাৰ কেইবাটাও নিৰ্মীয়মাণ মথাউৰি পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লয়৷

panchayat election result 2025: পঞ্চায়ত নিৰ্বাচনঃ চলি আছে ভোট গণনা, ভাগ্য আছে যাৰ চিট্‌-পট্‌তো জয় তাৰ

ভোট গণনা চলি থকাৰ সময়তে শিলচৰৰ গণনা হলত প্ৰচণ্ড মাৰপিটৰ(panchayat election result 2025) ঘটনা সংঘটিত হৈছে৷

panchayat election result 2025: সৰুপথাৰ সমষ্টিৰ চাৰিখন আসনত বিজেপিৰ জয়লাভ, কংগ্ৰেছ শূণ্য

গোলাঘাট জিলা পৰিষদৰ সৰুপথাৰ সমষ্টিৰ অন্তগৰ্ত চাৰিখন আসনত বিজেপি দলৰ প্ৰাৰ্থীৰ জয়লাভ।(panchayat election result 2025)

Crime News: মাতৃ দিৱসৰ দিনাই নিষ্ঠুৰ মাতৃয়ে প্ৰেমিকৰ সৈতে মিলি হত্যা কৰিলে নিজ পুত্ৰক

মাতৃ দিৱসৰ দিনাই দয়াহীন মাতৃয়ে(Crime News) প্ৰেমিকৰ সৈতে মিলি হত্যা কৰিলে নিজৰ পুত্ৰক। ১১ মে' দেওবাৰে আছিল মাতৃ দিৱস।

India-Pakistan DGMO: আজি ভাৰত-পাকিস্তানৰ দুই DGMOৰ বৈঠক, যুদ্ধবিৰতিৰ চৰ্তসমূহ শক্তিশালী কৰাৰ সম্ভাৱনা

আজি ভাৰত-পাকিস্তানৰ দুই DGMOৰ বৈঠক।(India-Pakistan DGMO)আজি দুপৰীয়া ১২ বজাত হ’ব বৈঠক।শনিবাৰে কেইবাঘণ্টা ধৰি দুই DGMOৰ বৈঠকৰ অন্তত হৈছিল যুদ্ধ বিৰতি।

Popular