মুখ্য-পৃষ্ঠা

White Clothes: সোমবাৰে পিন্ধিব বগা কাপোৰ, জীৱনত ৫টা সফলতা লাভ কৰিব !

সোমবাৰে বগা কাপোৰ পিন্ধি সপ্তাহটো আৰম্ভ কৰক, জীৱনটো জিলিকি উঠিব আৰু আপুনি ৫টা আচৰিত সুবিধা লাভ কৰিব।(White Clothes)

Virat Kohli: টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ল’বলৈ সাজু হৈছে কোহলী, নাকচ কৰিলে ব’ৰ্ডৰ অনুৰোধ

বিৰাট কোহলীয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ব’ৰ্ডৰ বিষয়াসকলক অৱগত কৰিছে। ৰোহিত শৰ্মাৰ পিছত কোহলীৰ এই সিদ্ধান্তত তেওঁলোক চিন্তিত হৈ পৰিল।(Virat Kohli)

BrahMos Missile: আজি দেশত মুকলি হ’ল ব্রাহ্মোছ নির্মাণ প্রকল্প

আজি দেশত মুকলি হ’ল ব্রাহ্মোছ নির্মাণ প্রকল্প।(BrahMos Missile)প্রকল্পটোত নিৰ্মাণ কৰা হ'ব 'ব্রাহ্মোছ ছুপাৰছনিক ক্ৰুইজ মিছাইল'।উত্তৰ প্ৰদেশৰ ঔদ্যোগিক কৰিডৰত হ'ব এই প্রকল্প।

Vastu Tips: ভুলতেও এই পাঁচটা বস্তু উপহাৰ হিচাপে নিদিব, সম্পৰ্ক টকাৰ ওপৰত নিৰ্ভৰশীল হ’ব !

জীৱনত সামাজিক সম্পৰ্ক ৰক্ষাৰ বাবে উপহাৰক(Vastu Tips)গুৰুত্ব দিয়া হয়। উপহাৰ দি আমি ইজনে সিজনৰ প্ৰতি সন্মান দেখুৱাই। কিন্তু বাস্তু শাস্ত্ৰৰ মতে ৪টা উপহাৰ আছে যিবোৰ বস্তু ভুলতেও কাকো দিব নালাগে-

Dr paridhi sharma: ড° পৰিধি শৰ্মাক মনত আছেনে ? পঞ্চায়ত নিৰ্বাচনত জয় লাভ ড° পৰিধি শৰ্মা ওৰফে ধ্ৰুৱজ্যোতি শইকীয়াৰ

ড° পৰিধি শৰ্মা ছদ্ম নামেৰে চৰ্চিত হোৱা ধ্ৰুৱজ্যোতি শইকীয়াৰ জয়লাভ পঞ্চায়ত নিৰ্বাচনত।(Dr paridhi sharma)শিৱসাগৰ জিলাৰ দিখৌমুখ পঞ্চায়তৰ ৬ নং ৱাৰ্ডৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল ধ্ৰুৱজ্যোতি শইকীয়াই।

Popular