মুখ্য-পৃষ্ঠা

Dr. Jogendra Nath Phukan: পদ্মশ্ৰী ড০ যোগেন্দ্ৰ নাথ ফুকনৰ পত্নী পূণ্য প্ৰভাৰ দেহাৱসান

বেলতলা লখিমী নগৰৰ নিবাসী সৰবৰহী মহিলা পূণ্যপ্ৰভা ফুকনৰ ১৩ এপ্ৰিল,(Dr. Jogendra Nath Phukan) দেওবাৰে দেহাৱসান ঘটে।

Smriti Mandhana: ডুবাইত স্মৃতি মান্ধনাৰ চিটী ক্ৰিকেট একাডেমী মুকলি, মুখ্য প্ৰশিক্ষক অসমৰ প্ৰাক্তন ক্ৰিকেটাৰ ডন ভাগৱতী

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ আইকন স্মৃতি মান্ধানাই(Smriti Mandhana) ডুবাই আন্তঃৰাষ্ট্ৰীয় একাডেমী আল বৰ্ষাত ‘চিটি ক্ৰিকেট একাডেমী’ নামেৰে এক আন্তৰ্জাতিক প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰিছে৷

Horoscope: ঋণৰ পৰা সকাহ, স্বাস্থ্যৰ ভাল-বেয়া মাজত থাকিব; আজিৰ ৰাশিফল ​​পঢ়ক মেষ ৰাশিৰ পৰা মীন ৰাশলৈ

মেষ, বৃষ, মিথুন ৰাশি, সিংহ, কৰ্কট, কন্যা, তুলা, বৃশ্চিক, মকৰ, ধনু, কুম্ভ আৰু মীন ৰাশিৰ বাবে আজি কেনেকুৱা হ’ব জানি লওক। (Horoscope)

Athiya Shetty KL Rahul: আঠিয়া শ্বেট্টী আৰু কে এল ৰাহুলে ৰাখিলে কন্যা সন্তানৰ এটি মৰমলগা নাম, নামৰ অৰ্থ জানিলে হাঁহিব আপুনি !

২৪ মাৰ্চত আথিয়া শ্বেট্টী আৰু কে এল ৰাহুল কন্যা সন্তানৰ পিতৃ-মাতৃ হয়। এতিয়া দম্পতীহালে কন্যাক এটা মৰমলগা নাম দিছে, যাৰ অৰ্থ জানিলে আপোনাৰ মুখতো এটা মৰমলগা হাঁহি ওলাব। শেহতীয়াকৈ দম্পতীহালে কন্যাৰ সৈতে এখন মৰমলগা ফটোও শ্বেয়াৰ কৰিছে।(Athiya Shetty KL Rahul) 

Local News : কমলপুৰ সমষ্টিৰ ১৩৩ নং মান্দাকাটা গাঁও পঞ্চায়তৰ ১নং ৱাৰ্ডৰ আঞ্চলিক সদস্যা পদৰ বিজেপিৰ প্ৰাৰ্থী জেৰিনা বেগমৰ বিজয় বিনা প্ৰতিদ্বন্দ্বীতাৰে

২০২৫বৰ্ষৰ পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন প্ৰত্যাহাৰৰ শেষৰ দনটোতে নৱগঠিত কমলপুৰ বিধানসভা সমষ্টিত বিজেপি শিবিৰত আনন্দৰ বন্যা নামিছে।(Local News)

Popular