মুখ্য-পৃষ্ঠা

Horoscope: সিংহ ৰাশিৰ লোকৰ ব্যৱসায়ত লাভ হ’ব, কুম্ভ ৰাশিৰ লোকে ডাঙৰ সিদ্ধান্ত নল’ব ! আজিৰ ৰাশিফল ​​পঢ়ক

চন্দ্ৰৰ অৱস্থানৰ বাবে সম্পৰ্ক, সৃষ্টিশীলতা আৰু আৱেগিক ভাৰসাম্যৰ বাবে ১৬ এপ্ৰিলৰ দিনটো বিশেষভাৱে গুৰুত্বপূৰ্ণ হ’ব। সকলো ৰাশিৰ লোকক আজি সংযম বজাই ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে, যাতে সম্পৰ্কবোৰ ভালে থাকে। আপোনাৰ আজিৰ ৰাশিফল ​​পঢ়ক।(Horoscope)

Signs of Death: যদি কোনো ব্যক্তিৰ মৃত্যু ওচৰ চাপিছে তেন্তে এই লক্ষণবোৰ দেখা দিবলৈ আৰম্ভ কৰে !

জন্ম হোৱা প্ৰতিজন ব্যক্তিৰে এদিন নহয় এদিন মৃত্যু হ'ব। এই কথা সকলোৱে জানে কিন্তু আপুনি জানেনে যে মৃত্যুৰ আগতে আমাৰ শৰীৰে কিছুমান গুৰুত্বপূৰ্ণ সংকেত দিবলৈ আৰম্ভ কৰে।(Signs of Death)

HS Result 2025: বিহুৰ পিছতে ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ।(HS Result 2025)সাত বিহুৰ পিছতেই ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল।

Turmeric and Curcumin: ছালৰ বাবে কিয় উপকাৰী হালধি ? চুলিৰ সমস্যাও সমাধান কৰে হালধিয়ে !

আমি সকলোৱে জানো যে হালধি আমাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী, কিন্তু কাৰকুমিনৰ বিষয়ে অতি কম সংখ্যক লোকেহে জানে।(Turmeric and Curcumin)

Ibrahim Ali Khan: নাতিয়েক ইব্ৰাহিম আলী খানৰ ফ্লপ ছবিক লৈ কি ক’লে আইতাক শৰ্মিলা ঠাকুৰে ?

ছেইফ আলী খান আৰু অমৃতা সিঙৰ পুত্ৰ ইব্ৰাহিম আলী খানৰ প্ৰথম ছবি খন ফ্লপ বুলি হয়। এনে পৰিস্থিতিত ইব্ৰাহিমৰ প্ৰথমখন ছবিৰ বিফলতাক লৈ আইতা শৰ্মিলা ঠাকুৰে নিজৰ মৌনতা ভংগ কৰিছে।(Ibrahim Ali Khan) 

Popular