মুখ্য-পৃষ্ঠা

God: ভগৱানে কাৰ প্ৰাৰ্থনা প্ৰথমে শুনে ? তেওঁলোকক কেতিয়াও নিৰাশ নকৰে ভগৱান !

ঈশ্বৰৰ আশীৰ্বাদ পোৱাজনক এই জগতত একোৱেই প্ৰয়োজন নহয়।(God) ভগৱানক সন্তুষ্ট কৰিবলৈ সকলোৱে প্ৰাৰ্থনা কৰে। কিন্তু আপুনি জানেনে কিছুমান মানুহ আছে যিসকল লোকৰ ওপৰত সদায় ঈশ্বৰৰ আশীৰ্বাদ থাকে।

Asom Sahitya Sabha: ১৮ এপ্ৰিলৰ পৰা ২০ এপ্রিললৈকে ৮খন জিলাত অসম সাহিত্য সভাৰ ‘সেতুবন্ধ’ কাৰ্যসূচী

অসম সাহিত্য সভাৰ 'সেতুবন্ধ' কাৰ্যসূচী ১৮ এপ্ৰিলৰ পৰা ২০ এপ্রিল লৈকে ক্ৰমে কামৰূপ মহানগৰ, কামৰূপ, নলবাৰী, বাক্সা, বৰপেটা, চিৰাং, বঙাইগাঁও আৰু ধুবুৰী জিলাত অনুষ্ঠিত হ'ব।(Asom Sahitya Sabha)

Bollywood Bodyguards: সাতজন বলীউডৰ অভিনেতা-অভিনেত্ৰীৰ দেহৰক্ষীৰ মাচুল বহুত জানিলে আচৰিত হ’ব !

বলীউডৰ চেলিব্ৰিটিসকলে নিজৰ নিৰাপত্তাৰ বাবে কঠোৰ ব্যৱস্থা লয়। এনে পৰিস্থিতিত তেওঁলোকৰ দেহৰক্ষীসকলকে যি ধন দাবী কৰে, সেই ধন দিয়ে। বলীউডৰ এনে কিছুমান দামী দেহৰক্ষীৰ বিষয়ে জানো আহক-(Bollywood Bodyguards)

Bohag Bihu 2025: ডিমৌৰ মধুপুৰত পৰম্পৰাগত উৎসাহ-উল্লাহেৰে গৰু বিহু উদযাপন

আজি ৰাজ্যজুৰি আনন্দ-উল্লাসৰে(Bohag Bihu 2025) পালিত হৈছে গৰু বিহু। পুৱাৰ পৰা খেতিয়ক মানুহে নিজৰ পোহনীয়া গো-ধনক নুৱাই- ধুৱাই শ্ৰীবৃদ্ধিৰ কামনা কৰি উদযাপন কৰিছে এই পৰম্পৰাগত দিনটো।

Bohag Bihu 2025: আমৰলি পৰুৱা টোপ কিয় খোৱা হয়, গৰু বিহু দিনা টিকনি বৰুৱা কিয় দুৱাৰমুখত লগোৱা হয় ?

আজি অসমীয়া প্ৰাণৰ হেঁপাহৰ আজি গৰু বিহু ৷(Bohag Bihu 2025) চ’ত আৰু ব’হাগৰ সংক্ৰান্তি দিনা পালন কৰা এইগৰু বিহু উপলক্ষে ৰাজ্যজুৰি পাৰভঙা উচাহ ৷

Popular