মুখ্য-পৃষ্ঠা

Narendra Modi: ৰাছিয়াৰ বিজয় দিৱসলৈ নিমন্ত্ৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক !

ৰাছিয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ‘বিজয় দিৱস’ উদযাপনলৈ আমন্ত্ৰণ জনাইছে, মে’ মাহত মস্কো ভ্ৰমণ কৰিব পাৰে প্ৰধানমন্ত্ৰী মোদীয়ে।(Narendra Modi)

Anuprabha Devi: অসম সাহিত্য সভাৰ হিতৈষী সভ্য শিক্ষক অনুপ্ৰভা দেৱীলৈ স্বর্ণজ্যোতি সাহিত্য প্ৰেৰণা বঁটা

অসম সাহিত্য সভাৰ অন্তৰ্গত মাজুলীৰ প্ৰথমটো সুহৃদ পৰিয়ালৰ অন্যতম হিতৈষী সভ্য, মাজুলী জিলা সাহিত্য সভাৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্যা তথা শিক্ষক অনুপ্ৰভা দেৱীলৈ অসম সাহিত্য সভাৰ প্ৰথমগৰাকী মহিলা সভাপতি নলিনীবালা দেৱীৰ স্মৃতিত স্বর্ণজ্যোতি সাহিত্য প্ৰেৰণা বঁটা প্ৰদান কৰা হৈছে।(Anuprabha Devi)

Saudi Arabia Visa ban: হজৰ পূর্বে ভাৰতকে ধৰি বিশ্বৰ ১৪খন দেশৰ ভিছা নিষিদ্ধ কৰিলে ছৌদি আৰবে

ছৌদি আৰবে ভাৰতকে ধৰি ১৪খন দেশৰ নাগৰিকৰ বাবে উমৰা,(Saudi Arabia Visa ban) ব্যৱসায়িক, আৰু পৰিয়ালৰ ভ্ৰমণৰ ভিছা প্ৰদান সাময়িকভাৱে বন্ধ কৰি দিছে৷

Horoscope: মিথুন ৰাশিৰ লোকৰ বাবে আজি দিনটো ভাল, সিংহ ৰাশিৰ লোকে বিবাদ পৰিহাৰ কৰিব ! আজিৰ ৰাশিফল ​​পঢ়ক

কিছুমান ৰাশিৰ বাবে এই সময়ে আত্মবিশ্বাস আৰু সিদ্ধান্ত গ্ৰহণ ক্ষমতা বৃদ্ধিৰ ইংগিত দিছে, আনহাতে কিছুমানে ধৈৰ্য্য আৰু সংযমৰ সৈতে কাম কৰিব লাগিব। মেষ ৰাশিৰ পৰা মীন ৰাশিৰ লোকৰ বাবে আজিৰ ৰাশিফল ​​জানো আহক।(Horoscope)

Youth Award Honors:যুৱ সাহিত্যিক পাপৰি বৰ্মনলৈ ৰাষ্ট্ৰীয় বটাঁ

দৈনন্দিনবাৰ্তাৰ সেৱা, পশ্চিম নলবাৰী, ৯ এপ্ৰিল: পশ্চিম নলবাৰী অঞ্চলৰ চামতাৰ সন্তান তথা অসমীয়া সাহিত্য জগতৰ তৰুণ গল্পকাৰ পাপৰি বৰ্মনলৈ এইবাৰ আগবঢ়োৱা হৈছে ৰাষ্ট্ৰীয় সন্মান(Youth Award Honors)।

Popular