মুখ্য-পৃষ্ঠা

Badal Thakur: প্ৰাক্তন ক্ৰিকেটাৰ বাদল ঠাকুৰৰ আশু আৰোগ্য কামনা ক্ৰীড়া পেন্সনাৰ সন্থাৰ

সদৌ অসম ক্ৰীড়া পেন্সনাৰ সন্থাই প্ৰাক্তন ক্ৰিকেটাৰ আৰু সন্থাৰ সভাপতি বাদল ঠাকুৰৰ স্বাস্থ্যৰ দ্ৰুত আৰু সম্পূৰ্ণ আৰোগ্য কামনা কৰিছে৷(Badal Thakur)

Phone: ৰাতিপুৱা সাৰ পাইয়ে আমি প্ৰথমে মোবাইল চাওঁ, এই অভ্যাসৰ আছে ৫টা গুৰুতৰ সমস্যা !

ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে মোবাইল ফোনটো চোৱাটো এটা বেয়া অভ্যাস। এই অভ্যাস স্বাস্থ্য সম্পৰ্কীয় বহু সমস্যাৰ কাৰণ হৈ পৰে। এনে কৰিলে অনিদ্ৰা, মানসিক চাপ বৃদ্ধি, চকুৰ সমস্যা ইত্যাদি সমস্যাৰ সৃষ্টি হ’ব পাৰে।(Phone) 

State Civilian Awards: আজি প্ৰদান কৰিব ৰাজ্য চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান

আজি প্ৰদান কৰিব ৰাজ্য চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ, অসম সৌৰভ, অসম গৌৰৱ বঁটা।(State Civilian Awards)

Assam panchayat polls: ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন

ঘোষণা হ’ল পঞ্চায়ত নিৰ্বাচনৰ দিন।(Assam panchayat polls)ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন।

Waqf Bill: লোকসভাত গৃহীত হ’ল ৱাকফ সংশোধনী বিধেয়ক

লোকসভাত গৃহীত হ’ল ৱাকফ সংশোধনী বিধেয়ক।(Waqf Bill) বিধেয়কখনৰ সপক্ষত ২৮৮ গৰাকী সাংসদৰ ভোটদান।

Popular