মুখ্য-পৃষ্ঠা

Sonakshi-Zaheer: বিয়াৰ পিছত সোনাক্ষীৰ প্ৰথম ঈদ, শাহুৱেকে অভিনেত্ৰীগৰাকীক কিমান ভাল পায়; ক’লে সকলো কথা…

সোনাক্ষী-জহিৰৰ বিয়াৰ পিছত প্ৰথম ঈদ! শাহুৱেকে অভিনেত্ৰীগৰাকীক কিমান ভাল পায়? সোনাক্ষীয়ে কেইবাটাও সাক্ষাৎকাৰত কৈছিল যে তেওঁলোকে প্ৰথমে সিদ্ধান্ত লৈছিল যে কোনেও ধৰ্ম সলনি নকৰে। অৱশ্যে ইজনে সিজনৰ ধৰ্মক সন্মান কৰে।(Sonakshi-Zaheer)

Malaika Arora: আকৌ প্ৰেমত পৰিছে নেকি মালাইকা অৰোৰা ? বৰ্ষাপাৰাত প্ৰাক্তন ক্ৰিকেটাৰ ছাংগাকাৰাৰ সৈতে দেখা গ’ল মালাইকাক !

মালাইকা অৰোৰা আকৌ প্ৰেমত পৰিছে নেকি? আই পি এলৰ খেলৰ সময়ত প্ৰাক্তন ক্ৰিকেটাৰ সাংগাকাৰাৰ সৈতে দেখা গ'ল মালাইকাক।(Malaika Arora)

Summer Hydrating Drink: গৰমত খাওক অমৃত ৰস, কেনেকৈ বনাব অমৃত ৰস?

গ্ৰীষ্মকালত কিছুমান বিশেষ ৰসে শৰীৰক শীতল কৰাই নহয় শক্তিও প্ৰদান কৰে। এনে তিনিটা ৰসৰ বিষয়ে জানো আহক, যিয়ে আপোনাক গৰমত ভালে ৰাখিব।(Summer Hydrating Drink)

Donald Trump: ‘পুৰুষতকৈ নাৰী বুদ্ধিমান!’ এই কথা ক’লে ড’নাল্ড ট্ৰাম্পে

'পুৰুষতকৈ নাৰী বুদ্ধিমান!' ড’নাল্ড ট্ৰাম্পৰ এই ব্যাখ্যাই হাঁহিৰ খোৰাক যোগাইছে, ট্ৰাম্প প্ৰশাসনত কেইবাটাও গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত মহিলা। যেনে প্ৰেছ সচিব কেৰ’লিন লিভিট, এটৰ্নী জেনেৰেল পেম বণ্ডি, মুখ্য কৰ্মচাৰী চুজি ৱাইলছ।(Donald Trump)

Himanta Biswa Sarma: ৰোমন্থন, ৪১ বছৰীয়া কাহিনী ৰোমন্থন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ !

নগাঁৱৰ কামপুৰত এটা দৃশ্যৰ পুনৰাবৃত্তি কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। ৪১ বছৰীয়া কাহিনীৰ ৰোমন্থনেৰে স্মৃতিকাতৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।(Himanta Biswa Sarma)

Popular