মুখ্য-পৃষ্ঠা

PM Narendra Modi: ইন্দিৰা গান্ধীৰ অভিলেখ ভংগ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আন (PM Narendra Modi) এক অভিলেখ। ইন্দিৰা গান্ধীক অতিক্ৰম কৰি দীৰ্ঘকালীন কাৰ্যকালত থকা ভাৰতৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হ'ল মোদী।

Dhemaji News: ধেমাজি বৰগাঁও ৰে’ল গেটত দুই যুৱকৰ সৈতে ভয়ংকৰ ঘটনা!

ধেমাজি বৰগাওঁ ৰে'ল গেটত ভয়ংকৰ ঘটনা। (Dhemaji News)নিশা কামৰূপ এক্সপ্ৰেছে মহতিয়ালে দুই যুৱকক।কামৰূপ এক্সপ্ৰেছৰ খুন্দাত থিতাতে নিহত বৰগাঁৱৰ গাঁও প্ৰধান অমিত সোনোৱাল আৰু উত্তম সোণোৱাল।

Foods To Eat Raw: কোনবোৰ খাদ্য খাব লাগে কেঁচাকৈ ? কেঁচাকৈ খালেহে লাভ কৰিব পুষ্টি !

Foods To Eat Raw: কোনবোৰ খাদ্য খাব লাগে কেচাঁকৈ ? কেচাঁকৈ খালেহে লাভ কৰিব পুষ্টিকৰ উপাদান!

Vastu Shastra: ঘৰৰ মন্দিৰ বা পূজা ঘৰত কি কি বস্তু ৰাখিব নালাগে ক’লে প্ৰেমানন্দ মহাৰাজে, কাৰণ জানিলে আচৰিত হ’ব!

লাখ লাখ লোকে নিজৰ জীৱনত (Vastu Shastra) গ্ৰহণ কৰিছে বৃন্দাবনৰ সাধু প্ৰেমানন্দ মহাৰাজৰ কথা। ঘৰৰ মন্দিৰ বা পূজা ঘৰৰ বিষয়ে তেওঁ কিছুমান গুৰুত্বপূৰ্ণ কথা কয়।

উৰিয়ামঘাটৰ সংৰক্ষিত বনাঞ্চলত বৃহৎ উচ্ছেদ অভিযানৰ সাজু, শ শ গাড়ীৰে পলায়ন বেদখলকাৰীৰপ্ৰথম পৰ্যায়তে ৬ খন গাঁৱৰ ওপৰত চলিব বুলড’জাৰ ।  Uriamghat Eviction

উৰিয়ামঘাটৰ সংৰক্ষিত বনাঞ্চলত বৃহৎ উচ্ছেদ অভিযানৰ সাজু, শ শ গাড়ীৰে পলায়ন বেদখলকাৰীৰপ্ৰথম পৰ্যায়তে ৬ খন গাঁৱৰ ওপৰত চলিব বুলড’জাৰ ।  Uriamghat Eviction

Popular