মুখ্য-পৃষ্ঠা

Chutia Welfare Council:চুতীয়া উন্নয়ন পৰিষদক উন্নতি কৰি চুতীয়া কল্যাণ পৰিষদৰ গঠনৰ আস্বাস

ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীৰৰ সামগ্ৰিক বিকাশৰ(Chutia Welfare Council) দাবীৰে তথা জনগোষ্ঠীৰ আৰ্থ-সামাজিক উত্তৰণ, সাংস্কৃতিক বিকাশ, ঐতিহ্য সংৰক্ষণ, শিক্ষা, যুৱ শক্তিৰ বিকাশ, গৱেষণা আদি বিভিন্ন দিশত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই উত্থাপন কৰি অহা দাবীসমূহৰ সন্দৰ্ভত বৃহস্পতিবাৰে সন্ধিয়া জনতা ভৱনৰ লোকসেৱা ভৱনত সংগঠনটোৰ প্ৰতিনিধি দলৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক আলোচনাত মিলিত হয়।

Saturns Transit: আজি ৰাতি সলনি হ’ব শনি, ৰাশি অনুসৰি শনিৰ গ্ৰহৰ প্ৰভাৱ আৰু প্ৰতিকাৰ…

শনি ৰাশিৰ পৰিৱৰ্তনৰ ফলত বাৰটা ৰাশিৰ অধীনত জন্ম লোৱা মানুহৰ জীৱনত কিছু পৰিবৰ্তন হ’ব। সকলো ক্ষেত্ৰতে বেয়া কিবা এটা হ’ব বুলি ধাৰণাটো ভুল। আপোনাৰ ৰাশি অনুযায়ী কিছুমান সহজ প্ৰতিকাৰ পালন কৰিলে ভাল ফলাফল লাভ কৰিব পাৰি।(Saturns Transit)

Shraddha Kapoor: মুম্বাইৰ ৰাজপথত শ্ৰদ্ধা কাপুৰৰ নতুন গাড়ী, যাৰ মূল্য প্ৰায় ২.৯৩ কোটি টকা

শ্ৰদ্ধা কাপুৰৰ নতুন গাড়ীখন মুম্বাইৰ ৰাজপথত দ্ৰুতগতিত চলি আছে। অভিনেত্ৰী শ্ৰদ্ধা কাপুৰে শেহতীয়াকৈ ক্ৰয় কৰিছে এখন নতুন বিলাসী গাড়ী Lexus LM 350h। অভিনেত্ৰীগৰাকীৰ নতুন গাড়ীৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে।(Shraddha Kapoor)

Donald Trump: ‘এজন দক্ষ ৰাষ্ট্ৰনেতা, মোৰ ভাল বন্ধু’ পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা ট্ৰাম্পৰ

‘এজন দক্ষ ৰাষ্ট্ৰনেতা, মোৰ ভাল বন্ধু’, পুনৰ মোদীক প্ৰশংসা ট্ৰাম্পৰ ! ট্ৰাম্পে সকীয়াই দিছে যে তেওঁ এখন দেশৰ ৰপ্তানিৰ ওপৰত আমেৰিকাৰ সামগ্ৰীৰ ওপৰত যি শুল্ক আৰোপ কৰে, সেই হাৰত শুল্ক আৰোপ কৰিব। ভাৰততো তেওঁ একে নীতি গ্ৰহণ কৰিছে।(Donald Trump)

Surya Grahan 2025: বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ আজি, কোন ৰাশিৰ বাবে শুভ, কোন ৰাশিৰ বাবে অশুভ ?

আজি ২৯ মাৰ্চৰ দিনৰ ২:২০ বজাৰ পৰা বছৰৰ সূৰ্যগ্ৰহণ আৰম্ভ হ'ব। এই সূৰ্যগ্ৰহণ প্ৰায় ৪ ঘণ্টা ধৰি চলিব। ভাৰতত এই সূৰ্যগ্ৰহণ দেখা নাযায় যদিও ইয়াৰ প্ৰভাৱ সকলো ৰাশিৰ লোকৰ ওপৰত পৰিব।(Surya Grahan 2025)

Popular