মুখ্য-পৃষ্ঠা

Fasting Rules During Periods: মাহেকীয়া সময়ত উপবাসে থাকিলে ৫ টা বস্তুৰ প্ৰতি বিশেষ গুৰুত্ব দিব!

কাইলৈ শাওণ মাহৰ প্ৰথমটো সোমবাৰ। (Fasting Rules During Periods) সোমবাৰে বহুত মানুহেই ব্ৰত ৰাখে। মহিলা আৰু যুৱতীসকলে বেছিকৈ সোমবাৰে ব্ৰত ৰাখে।

WCL: ৱ’ৰ্ল্ড চেম্পিয়নশ্বিপ অফ লিজেণ্ড ২০২৫ৰ চতুৰ্থখন মেচ বাতিল

ৱ’ৰ্ল্ড চেম্পিয়নশ্বিপ অফ লিজেণ্ড ২০২৫ৰ চতুৰ্থখন মেচ বাতিল।(WCL)বাতিল কৰা হৈছে ইণ্ডিয়া লিজেণ্ড-পাকিস্তান লিজেণ্ডৰ মাজৰ মেচ।

Delta Airlines: মাজ আকাশতে বিমানত লাগিল জুই।

আটলান্টালৈ যোৱা ডেল্টা এয়াৰলাইন্সৰ (Delta Airlines) এখন বিমানে হঠাতে ইঞ্জিনত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত লছ এঞ্জেলছ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত (LAX) জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয়।

Coffee: কফি লিভাৰৰ বাবে উপকাৰী নেকি? জানি লওক, দিনটোত কেইকাপ কফি খাব পাৰি!

কফি খোৱাটো স্বাস্থ্যৰ বাবে ভাল নেকি? (Coffee) এই প্ৰশ্নটো আপোনাৰ মনলৈ হয়তো বহুবাৰ আহে। আজি আমি আপোনালোকক এই বিষয়ে জনাম কিছু কথা।

Asom Sahitya Sabha: সাত সাগৰ তেৰ নদীৰ সিপাৰে অসম সাহিত্য সভাৰ বিশেষ অনুষ্ঠান

সাত সাগৰ তেৰ নদীৰ সিপাৰে মস্কোত (Asom Sahitya Sabha) ভাষা-সাহিত্যৰ সেৱক দুই তেজপুৰীয়া শিক্ষাবিদৰ উপস্থিতিত অসম সাহিত্য সভাৰ বিশেষ অনুষ্ঠান সম্পন্ন।

Popular