Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

মৰিগাঁৱত অসম চৰকাৰৰ মূখ্য সচিব জিষ্ণু বৰুৱা

 যোৱা  পহিলা জুনত  মৰিগাঁও জিলাত অসম চৰকাৰৰ মুখ্য সচিৱ জিষ্ণু বৰুৱা আহি উপস্থিত হয় | মুখ্য সচিব গাৰকীক সভাপতিত্বত আৱৰ্ত ভৱনত জিলা উপায়ুক্ত সীমাৰেখা ভূঞা, আৰক্ষী অধীক্ষকৰ লগতে, উচ্চ পৰ্য্যায়ৰ বিষয়া সকল এক আলোচনাত মিলিত হয় | মুখ্য সচিৱ
Read More...

লাহৰীঘাটত স্বামীয়ে পত্নীক যৌতুকৰ বাবে কেৰাচিন ঢালি হত্যাৰ অভিযোগ

মৰিগাঁও জিলাৰ লাহৰীঘাটত স্বামীয়ে  কেৰাচিন দি জ্বলাই হত্যা কৰিলে পত্নীক !যোৱা ২২ মে ত লাহৰীঘাট থানাৰ অন্তৰ্গত অমৰাগুৰিত জিন্নত আলীয়ে পত্নী জোনমনি বেগমৰ  শৰীৰত কেৰাচিন ঢালি জ্বলাই দিছিল !গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত কালি মৃত্যু হয়
Read More...

এম জি এনৰেগা কাম পৰিদৰ্শন বৰপেটা উন্নয়ন খণ্ড বিষয়া ছৰিফ আলীৰ

এম জি এনৰেগা আঁচনিৰ অধীনত ৰূপায়ন হোৱা কেইবাটাও কাম পৰিদৰ্শন কৰি বুজ লয় বৰপেটা খণ্ড উন্নয়ন বিষয়া ছৰিফ আলীয়ে। উন্নয়ন খণ্ডটোৰ অধীনস্থ ১১ টা গাওঁ পঞ্চায়তত এম জি এনৰেগাৰ অধীনত চলি থকা অধিকাংশ কাম পৰ্যালোচনা কৰি সন্তুষ্টি লাভ কৰা দেখা গৈছে
Read More...

খোৱাঙত বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড:বিদ্যুৎ সংযোগ নিদিয়াকৈ বিভাগে দিলে বিল

প্ৰতিখন চৰকাৰে উন্নয়নৰ কথা কয় কিন্তু গ্ৰাম্যাঞ্চল সমূহত উন্নয়ন আজিও বহু বাকী । কৰবাত যদি নাই পথ কৰবাত আকৌ বিদ্যুৎৰ সুবিধা নোপোকৈ বছৰৰ পাছত বছৰ পাৰ হৈছে । চৰকাৰ মন্ত্ৰী বিধায়কে উন্নয়নৰ কথা কৈ থকা সময়তে খোৱাঙত বিদ্যুৎ বিভাগৰ আজব কাণ্ড পোহৰলৈ
Read More...

‘ফাঁকি পাৰ্টী’ বিজেপিৰ স্বৰূপ ওলাল : জাতীয় পৰিষদ

"নগাঁও কাগজ কল আৰু কাছাৰ কাগজ কল কোনো অৱস্থাতে বিক্ৰী নকৰে বুলি নিৰ্বাচনৰ পূৰ্বে সদম্ভে ঘোষণা কৰা বিজেপি দলৰ প্ৰকৃত স্বৰূপ ওলাই গ'ল৷ অসমবাসী জনসাধাৰণৰ আবেগ জড়িত হৈ থকা কাগজ কল দুটা পুনৰুজ্জীৱীত কৰিব বুলি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ
Read More...

নগাঁৱত চিকিৎসকক আক্ৰমণ কৰা ঘটনাৰ প্ৰতিবাদ : বহি: বিভাগ বৰ্জন কৰিলে চিকিৎসকে

হোজাই জিলাৰ ফুলতলি চিকিৎসালয়ত কভিড ৰোগীৰ চিকিৎসাত ব্যস্ত থকা এগৰাকী চিকিৎসক , স্বাস্থ্য কৰ্মীক নিৰ্মম ভাবে প্ৰহাৰ কৰা কাৰ্যৰ বিৰুদ্ধে ৰাজ্য খনৰ বিভিন্ন জিলাৰ লগতে নগাঁও জিলাতো বিভিন্ন দল সংগঠন গৰজি উঠিছে । আজি নগাঁও জিলাৰ চিকিৎসক সকলে
Read More...

চিকিৎসক অথবা স্বাস্থ্যকৰ্মীৰ গাৰ নোম এদালটো যদি হাত দিয়ে তেন্তে কথা বিষম হ’ব : স্বাস্থ্য…

" কৰ্মৰত চিকিৎসক অথবা স্বাস্থ্য কৰ্মীক আক্ৰমণ কৰাটো বাদেই তেওঁলোকৰ গাৰ নোম এদালটো যদি কোনোবাই হাত দিয়ে তেন্তে কথা বিষম হ'ব। এনে ঘটনাক কোনো কাৰণতে সহ্য কৰা ন'হব। হোজাই জিলাৰ লংকাৰ ফুলতলী কোভিড চিকিৎসালয়ত কৰ্মৰত অৱস্থাত চিকিৎসক
Read More...

পঞ্চায়ত সভাপতিক কাৰ্যালয়তে ডিঙি চেপি হত্যাৰ চেষ্টা।

পঞ্চায়ত সভাপতিক কাৰ্যালয়তে ডিঙি চেপি হত্যাৰ চেষ্টা। গোচৰ ৰুজু। তিনিচুকীয়া জিলাৰ বজালতলি গাঁও পঞ্চায়তৰ সভাপতি ৰঞ্জিৎ চৌধুৰীক নিজ কাৰ্যালয়ৰ ভিতৰতেই ডিঙি চেপি হত্যাৰ চেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ তুলি তিনিচুকীয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰা
Read More...

কাহিকুছিৰ এছআইআৰডি কোভিড চেন্টাৰত প্ৰতিবাদ

উদালিত কোভিড চিকিৎসক ডা: সেউজ সেনাপতিৰ ওপৰত চলা নিৰ্মম আৰু বৰ্বৰ আক্ৰমনৰ প্ৰতিবাদত সমগ্ৰ অসমতে চিকিৎসক তথা চিকিৎসাকৰ্মীসকল প্ৰতিবাদমুখৰ হৈ পৰিছে। এগৰাকী চিকিৎসকৰ ওপৰত বহুকেইগৰাকী ব্যক্তিয়ে নিৰ্দয়ভাৱে জপিয়াই পৰা কাণ্ডৰ প্ৰতিবাদত আজি ভিন্ন
Read More...

ৰঙিয়াত বুধবাৰৰ পৰা আৰম্ভ হয় অত্যাৱশ্যকীয় সামগ্ৰীৰ হোম ডেলিভাৰী

ৰঙিয়া চেম্বাৰ্ছ্ অৱ কমাৰ্ছৰ সহযোগত প্ৰশাসনৰ নিৰ্দেশ মৰ্মে বুধবাৰৰ পৰা ৰঙিয়াত হোম ডেলিভাৰীৰৰ প্ৰক্ৰিয়া আৰম্ভ। ৰঙিয়া চহৰৰ ১০‌ টা ওৱাৰ্ডত কোভিডে সৃষ্টি কৰা সন্ত্ৰাসৰ সময়ত এই‌ অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ হোম ডেলিভাৰী চলিব। ৰাইজৰ
Read More...