মুখ্য-পৃষ্ঠা

Blood Sugar: ডায়েবেটিছ ৰোগীয়ে এই পৰঠা ব্ৰেকফাষ্টত খাব লাগে, ব্লাড চুগাৰ থাকিব নিয়ন্ত্ৰণত!

ডায়েবেটিছ ৰোগীয়ে ৰাতিপুৱা ব্ৰেকফাষ্টত (Blood Sugar) এই পৰঠা খালে ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰিব পাৰে। ৰাতিপুৱা ডায়েবেটিছ ৰোগীয়ে কোনটো পৰঠা খাব লাগে জানো আহক।

Mukalmua News: পত্নীৰ সৈতে বিবাহ বিচ্ছেদৰ আনন্দত ৪০ লিটাৰ গাখীৰে গা ধুলে স্বামীয়ে

আইনী প্ৰক্ৰিয়াৰে পত্নীক বিদায়(Mukalmua News)জনাই মুকালমুৱাৰ বৰলিয়াৰপাৰৰ এগৰাকী স্বামীৰ বাল্টিয়ে বাল্টিয়ে গাখীৰেৰে গা ধুই আনন্দ উল্লাস। আনন্দত মতলীয়া স্বামীয়ে ক'লে আজিৰ পৰা মই মুক্ত।

Goalpara Eviction: গোৱালপাৰাৰ পাইকানত আজি বৃহৎ উচ্ছেদ অভিযান

গোৱালপাৰাৰ পাইকানত আজি বৃহৎ উচ্ছেদ অভিযান।(Goalpara Eviction)পাইকান বনাঞ্চলৰ ১৩৮ হেক্টৰ ভূমিত উচ্ছেদ প্ৰশাসনৰ।

Air India Plane Crash: আহমেদাবাদৰ বিমান দুর্ঘটনাৰ পূৰ্বে কি হৈছিল? বিমান দুৰ্ঘটনা কাৰণ প্ৰকাশ

১২ জুনত আহমেদাবাদত (Air India Plane Crash) সংঘটিত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমান AI171ৰ প্ৰাৰম্ভিক প্ৰতিবেদন প্ৰকাশ পাইছে। ১৫ পৃষ্ঠাজোৰা প্রতিবেদন দাখিল।

Raksha Bandhan: ভাতৃ-ভগ্নীৰ বাবে ভাল খবৰঃ ৰাখী বন্ধনৰ দিনা এক শক্তিশালী যোগ গঢ় লৈ উঠিছে!

৯ আগষ্টত শাওণ মাহৰ পূৰ্ণিমাৰ (Raksha Bandhan) দিনা ৰাখী বন্ধন পালন কৰা হয়। ৰাখী বন্ধনৰ দিনটোত এক শক্তিশালী যোগৰ সৃষ্টি হৈছে, যিয়ে ৪ ৰাশিৰ ভাতৃ-ভগ্নীক এক মহান উপহাৰ দিব পাৰে।

Popular