মুখ্য-পৃষ্ঠা

Tiwa Mathanlai Takhra: তিৱা মাথনলাই তখ্ৰাৰ ত্ৰয়োদশ সংখ্যক কেন্দ্ৰীয় অধিৱেশনত অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি মৰিগাঁও জিলাৰ ঔজাৰীস্থিত স্বৰ্গীয় জেমন চন্দ্ৰ বৰদলৈ ক্ষেত্ৰত আয়োজিত তিৱা জনগোষ্ঠীৰ জাতীয় অনুষ্ঠান তিৱা সাহিত্য সভা (তিৱা মাথনলাই তখ্ৰা)ৰ ত্ৰয়োদশ সংখ্যক কেন্দ্ৰীয় অধিৱেশনৰ মুকলি সভাত অংশগ্ৰহণ কৰে।(Tiwa Mathanlai Takhra)

Jacqueline Fernandez Mother: জেকলিন ফাৰ্নাণ্ডেজৰ মাতৃক ICUত ভৰ্তি কৰোৱা হৈছে, অভিনেত্ৰীগৰাকীয়ে সকলো কাম এৰি খৰখেদাকৈ উভতিছে ঘৰলৈ !

জেকলিন ফাৰ্নাণ্ডেজৰ অনুৰাগীৰ বাবে এক ডাঙৰ খবৰ। বৰ্তমান তেওঁৰ মাতৃ আই চি ইউত ভৰ্তি হৈ আছে। এই খবৰ ওলোৱাৰ পিছত অভিনেত্ৰীগৰাকীও সকলো কাম এৰি ঘৰলৈ উভতিল।(Jacqueline Fernandez Mother)

Pabitra Margherita: প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক সমালোচনা কৰি থাকিলেই নহ’বঃ কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা

মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক কেৱল সমালোচনা কৰি থাকিলেই নহ’ব কোৱাৰ লগতে (Pabitra Margherita) ৰাইজৰ উন্নয়নৰ কথাও চিন্তা কৰিব লাগিব বুলিও কয়৷

Dimbeswar Gogoi: আহোম জাতীয় শ্বহীদ ডিম্বেশ্বৰ গগৈৰ মাতৃ পূণ্যকান্তি গগৈ আদ্যশ্রাদ্ধত লোকে লোকাৰণ্য বাসগৃহ

আহোম জাতীয় শ্বহীদ ডিম্বেশ্বৰ গগৈৰ মাতৃ পূণ্যকান্তি গগৈ আদ্যৰ্শ্ৰাদ্ধত লোকে লোকাৰণ্য বাসগৃহ।।আদ্যৰ্শ্ৰাদ্ধত স্মৃতি চাৰণ সভা, স্মৃতি গ্ৰন্থ উন্মোচন।(Dimbeswar Gogoi)

Salman Khan: ১০০ কোটি অতীত, এতিয়া ২০০ কোটিৰ যুগ; চিকান্দৰৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত ছলমান খালে ক’লে ৪ দিনত ছবিগৃহ জোকাৰি যাব!

Salman Khan: ১০০ কোটি উপাৰ্জন কৰিব…, চিকান্দৰৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত ছলমান খালে ক'লে ৪ দিনত ছবিগৃহ জোকাৰি যাব !

Popular