মুখ্য-পৃষ্ঠা

Mole Meaning: শৰীৰৰ কোন অংশত তিল থাকিলে আপুনি ভাগ্যশালী হ’ব, প্ৰতিটো তিলে কি বুজাই ?

হাজাৰ হাজাৰ বছৰ ধৰি মানুহে ভাৰতীয় জ্যোতিষ আৰু সমুদ্ৰিকা শাস্ত্ৰৰ জ্ঞান অনুসৰণ কৰি আহিছে। যদি আপোনাৰ শৰীৰৰ কোনো বিশেষ অংশত তিল আছে,(Mole Meaning) ইয়াৰ প্ৰভাৱৰ বিষয়ে জানিবলৈ যদি আগ্ৰহী তেন্তে অভিজ্ঞ জ্যোতিষীৰ পৰামৰ্শ ল’ব পাৰে।

IPL 2025: আজি IPLৰ দ্বিতীয়খন মেচ, মুখামুখি হ’ব ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছ

আজি IPLৰ দ্বিতীয়খন মেচ অনুষ্ঠিত হ'ব।(IPL 2025)মুখামুখি হ'ব ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছ।হায়দৰাবাদত বিয়লি ৩.৩০ বজাৰ পৰা অনুষ্ঠিত হ'ব মেচখন।

Horoscope: গ্ৰহবোৰৰ বিশেষ গতিৰ বাবে আপোনাৰ ভাগ্য সলনি হ’ব! আজিৰ ৰাশিফল, শুভ ৰং আৰু সংখ্যা জানি লওক

জ্যোতিষৰ হিচাপ অনুসৰি সূৰ্য্য মীন ৰাশিত প্ৰৱেশ কৰিছে, আনহাতে চন্দ্ৰ বৃশ্চিক ৰাশিত। এই গ্ৰহসমূহৰ গতিবিধিৰ ফলত ১২টা ৰাশিৰ সকলোতে প্ৰভাৱ পৰিব।(Horoscope)

অসমীয়া ভাষাৰ প্ৰতি ভালপোৱা বৃদ্ধি কৰিবলৈ সকলো অসমীয়াই দায়িত্ব ল’ব লাগিব – ড° বসন্ত কুমাৰ গোস্বামী ।Dr. Basanta Kumar Goswami

অসমীয়া ভাষাৰ প্ৰতি ভালপোৱা বৃদ্ধি কৰিবলৈ সকলো অসমীয়াই দায়িত্ব ল'ব লাগিব - ড° বসন্ত কুমাৰ গোস্বামী ।Dr. Basanta Kumar Goswami

ৰূপজ্যোতি কুৰ্মীক মানসিক চিকিৎসালয়ত ভৰ্তিৰ দাবী,পাকাবেতবাৰীত ৰাইজৰ দাহ কৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিমূৰ্তি । Rupjyoti Kurmi

ৰূপজ্যোতি কুৰ্মীক মানসিক চিকিৎসালয়ত ভৰ্তিৰ দাবী,পাকাবেতবাৰীত ৰাইজৰ দাহ কৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিমূৰ্তি । Rupjyoti Kurmi

Popular