মুখ্য-পৃষ্ঠা

Horoscop: মিথুন, তুলা ৰাশিৰ লোকৰ পদোন্নতি; ১২ ৰাশিৰ ৰাশিফল ​​পঢ়ক

জ্যোতিষৰ দৃষ্টিকোণৰ পৰা ২২ মাৰ্চ ২০২৫, শনিবাৰ এটা গুৰুত্বপূৰ্ণ দিন। ১২ ৰাশিৰ ৰাশিফল ​​পঢ়ক।(Horoscop)

Clothes Distribution: বি টি চিৰ ২ নং গুমা সমষ্টিত সজল ফাউণ্ডেচনৰ দ্বাৰা ঈদ উপলক্ষে ২,৭০০ পৰিয়ালৰ মাজত বস্ত্ৰ বিতৰণ

ইছলাম ধৰ্মালম্বী লোকৰ ঈদ উপলক্ষে সজল ফাউণ্ডেচনৰ মুখ্য পৃষ্ঠোপোষক তথা বি টি চিৰ কাৰ্যবাহী সদস্য সজল(Clothes Distribution) সিংহে নতুন বস্ত্ৰ বিতৰণ কৰা আৰম্ভ কৰিছে ৷

Liquor Stores: ১০ বজাতেই বন্ধ হ’ব সুৰাৰ বিপনী

ৰাজ্যত নিশা খোলা নাথাকে বাৰ, সুৰাৰ বিপণি।(Liquor Stores)পূৰ্বৰ দৰে ১০ বজাতেই বন্ধ হ’ব সুৰাৰ বিপনী। সামাজিক মাধ্যমযোগে ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

AMCH: ‘এএমচিএইছ’লৈ দ্বিতীয়বাৰৰ বাবে দেশৰ শ্ৰেষ্ঠ চিকিৎসা গৱেষণা বঁটা

‘এএমচিএইছ’ক সমগ্ৰ ভাৰতৰ ভিতৰতে একেৰাহে দ্বিতীয় বাৰৰ বাবে চিকিৎসা গৱেষণাৰ ক্ষেত্ৰত শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী মহাবিদ্যালয়ৰ বঁটা প্ৰদান কৰা হৈছে৷ (AMCH)

Nagaon News: পুৰণিগুদামত “কদমতলিৰ কুৰুক্ষেত্ৰ” সফল মঞ্চায়ন

কেইটামান টকাৰে সৎ, দৃঢ়মনা আৰু স্পষ্টবাদী, সমাজহিতৈষী লোকৰ বিবেক কিনিব পৰা নাযায় ৷(Nagaon News) প্ৰতিশোধৰ অগ্নিত দগ্ধ লোকে চলেবলে কৌশলে শত্ৰুক বৰপীৰা দি হ’লেও ক্ষতিসাধন কৰিবই ৷

Popular