মুখ্য-পৃষ্ঠা

Dehydration: ডিহাইড্ৰেচনৰ বাবে এ আৰ ৰহমানক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে, ইয়াৰ লক্ষণ আৰু প্ৰতিৰোধৰ বিষয়ে জানক

অস্কাৰ বিজয়ী সংগীতজ্ঞ এ আৰ ৰহমানক চেন্নাইৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। স্বাস্থ্যৰ অৱনতিৰ বাবে ৫৮ বছৰীয়া ৰহমানক ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত। কওঁ যে তেওঁৰ ডিহাইড্ৰেচনৰ সমস্যা আছিল।(Dehydration)

WPL 2025 Final: মহিলা প্ৰিমিয়াৰ লীগৰ খিতাপ দখল মুম্বাই ইণ্ডিয়ানছৰ, এই দলৰ সদস্য আছিল অসম কন্যা জিণ্টিমণি কলিতা

পুনৰ মহিলা প্ৰিমিয়াৰ লীগৰ খিতাপ দখল মুম্বাই ইণ্ডিয়ানছৰ। দিল্লী কেপিটেলছক ৮ ৰানত পৰাজিত কৰাৰ পাছতে আনন্দ-উল্লাহ মুম্বাই ইণ্ডিয়ানছৰ। এই দলৰে সদস্য আছিল অসমৰ জিণ্টিমণি কলিতা।(WPL 2025 Final)

Pakistan: পাকিস্তানত নিষিদ্ধ বলীউডৰ গান!

বলীউডৰ গানত নাচিব নোৱাৰি! পাকিস্তানৰ পঞ্জাৱ প্ৰদেশত জাৰি কৰিলে নিৰ্দেশনা, পালন নকৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।(Pakistan)

Virat Kohli: কোহলীৰ ক্ষোভ ! TVৰ ক্ৰীড়া অনুষ্ঠানত খেল বা খেলুৱৈৰ কথাহে কোৱাৰ প্ৰয়োজন

কোহলীয়ে বিচাৰে যে ক্ৰীড়া অনুষ্ঠানৰ আলোচনা নিৰ্দিষ্ট বিষয়ত সীমাবদ্ধ হওক। খেলৰ কথা বা খেলুৱৈৰ কথা কওঁক। তেওঁৰ মতে, ক্ৰিকেটাৰসকলে নিজৰ ব্যক্তিগত পছন্দ-অপছন্দৰ কথা ক’ব নালাগে।(Virat Kohli)

AR Rahman: অসুস্থ এ আৰ ৰহমান, চেন্নাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি শিল্পীগৰাকী

এ আৰ ৰহমানৰ স্বাস্থ্যৰ হঠাৎ অৱনতি ঘটে, চেন্নাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি হয়, বিশেষজ্ঞৰ তত্বাৱধানত চিকিৎসা কৰা হৈছে। কিছুদিন পূৰ্বে তেওঁক চেন্নাইৰ এখন ব্যক্তিগত চিকিৎসালয়তো ভৰ্তি কৰা হৈছিল।(AR Rahman)

Popular